পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তনি ৰাজা পাছে তাহাৰু তেনে বুলিলপ্ত হাস্য কৰি। বাদ কৰিবাক। | আনা গৈয়া তাই মোৰ আজ্ঞা শিৰে ধৰি। ৰাজ আজ্ঞা যত | কহিলা সমস্ত চণ্ডীবৰ আগে যাই। নিহত কাটিবে | দিন্ত কমাৰ | চল দেৱীদাস ঠাই॥১৪৩ আপুন নাপিত আবো পঠাইলন্ত | ডাঢ়ি নখ কাটিবাক। শুনিয়া পৰম। নাপিত চলিল নৃপতিৰ লৈয়া বাক। ঘুৰ নন্দন | মহা সুলক্ষণ ৰজাৰ কৰন্ত কাম। ঘোড়াত চৰিয়া কৰিলা গমন বাহাৰ পৰম নাম ১৪৪ হৰি ভৰিক | আদেশ কৰিলা আম জোৰা নিয়া নিয়ো। বসন পিন্ধায়া | চীৰে গৈয়া | সাৰ মধ্যে আনিয়ো। কানে নাম মৰ্দ নিয়া বুলি কমোৰু ই গান।