পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাৰী এৰিল কুসুম চলিল | স্বামীয়ো মৰিল প্ৰাণে। ভয়ে চলি যাস। | কৰিয়া নৈৰাশ | মৰি ন্যও কি কাৰণে ১৭৬২ শৱৰৰ মনে বিষাদ ফয় আনো বন্ধু যত আছে। অশিন মাসৰ দুই দিন যাতে শুন যেন তৈলা পাচে। বু বাসব | দুই দণ্ড বেলা যেবে ভাঠি দিয়া গৈলা। হৰি মনে স্মৰি | শঙ্কৰক ধৰি | বৈকুণ্ঠ লাগি লৰি। ১৭৬৩। কনৰ মহা। | ঊৰ্লি উথলিল বৰদোৱা গ্ৰাম জুৰি। যত বন্ধুগণ | তৈলা অচেতন শশাকে মৰে সবে পুৰি। মৰ ভাৰ | দেখাই এহি ঠায় শৰৰে কৰা দে। বুঢ়াৰ পত্নী বিষাদে কাল লোক নাহি হেদ।১৭৬৪