পৃষ্ঠা:গুৰুচৰিত.djvu/৩৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আ গোসাই গু-চৰিত নিয়ে গোসাই দিয়ে বিদায় | ই জম্মক লাগি যাও ১৭৫ জন্মে জন্যে আমি আন নবাঞ্ছোহো তুমি হোৱা প্ৰাণপতি। কৰৰহে কাতৰ | তোমাৰ চৰণ বিনে নাই আন গতি। ইটো কন্যা খানি পালিব আপুনি | তুমি এই নিজ পিতা। মোৰ যাই প্ৰাণ আইক নিদান তাতে মনে কৰে চিন্তা। ১৭৬০ নিয়ে গোসানী বোলো মই বা | মনুক তুমি তুলি। জাতি বন্ধুগণে কৰিয়া আলচ ভাল বৰ চাই দিব। না পেশী খাত যেমপুৰে বাস জানি আমাৰ ভৈ। মোৰ যত দোষ মা তো সবে | যত অপৰাৰ লৈ। ১৭৬১ | ধাতু গৈল টুটি | দুই হাতে বাৰে হিয়া। নে বাস এৰি শোকে পাৰে গেৰি | আই বুলি কি দিয়া।