পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনিয়া পায় চৰু ৰাধা মতে বিল। পৰম কৌতুকে থা ভোন কৰিলে। ব্ৰাহ্মণ বোলে গুৰু দিলা কিবা কাৰে। হেন শুনি হাসি মাতিগন্ত বিজয়ে। ১৭৩ শুনহা ৰাধিকা তই কহা ভোঙ্গন। আৰ ফলে লভিবাহ কন্যা একজন। এহি বুলি ব্ৰাহ্মণ ভৈগন্ত অন্তৰ্ধান। তেতিক্ষণে ৰাধিকাযে লভিস চেতন।১৭৩১ স্বামীৰ আগত কথা কহে গমন। আসিল মোেৰ ঘৰে ব্ৰাহ্মণ একজন। আহিল পায়স চৰু লৈয়া ওহি ঠাই। মোৰ আগে দিল। মই থৈলে। তাক খাই। ১৭৩২ তোৰ জী হৈবে বুলি অন্তৰ্ধান হৈল। নজানো ব্ৰাহ্মণ পুনু কোন থানে গৈল। তাহন্তে ৰাধিকাৰ জীউ এক ভৈল। ৰাধিকাৰ জীউ হন্তে বংশ বাঢ়ি গৈল।১°৩০ ইসব কথাক আবে ধৈলো এহিমানে। আছিল শঙ্কৰে জান বান্ধিবাৰ থানে। মাটি দিয়া যেবে ন বান্ধিলেক ধাৰ। তেতিক্ষণে উঠিলন্ত দেৱতা শব°১৭০৪ অয় অয় বুলি লোক আশীৰ্বাদ দিন। দেক ব লোকে এসি।