পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূবৰ দিশত ভিঠি আহিল তাহান। উত্তৰে হৰিণাৰ ভিঠি যে প্ৰধান। ঘৰ সাজি তথা জনা আছি। হৰিবে। আছিল দেৱক মুখে অবৰিৰে।১৬১৩ তান জ্যেষ্ঠ পুত্ৰ দেবী পূজা কৰিছিল। হা হাগ পাৰৰ মুণ্ডক ভুজিছিল। আপোনাৰ থানে থানেশবে বসতো। হেন না শুনিয়া সময়ে ভূলোক ১৬১০ আনো যত তাতী পাটোৱাৰী আছি। কী কী আপোনাৰ ভিঠিক লৈ। এহিমতে যেবে বাসা ধৰক সামিল। আলিপুখুৰীৰ লোক সমন্তে আসিল॥১৬১৫ শঙ্কৰে কীৰ্ত্তন ঘৰ সাজিবা তৈলা। ভিঠি বান্ধিবাক লাগি নমস্তে আসিলা। আপুনি শৰে পাতে কোৰক ধৰিলা। পৃথিবী চতুহু মূৰ্ত্তিক দেখিলা॥১৬১৬ কোৰ এৰি শহুৰেয়ো মূৰ্তি ধৰিল। দেখিয়া মনত বৰ হৰিব মিলিল। শিলৰ এতিমাখান কল আতিশয়। টিকিৰে গাৱ অধিক শোয় ১৩১৭ ৰাৰা ৰ আগৰ কৰে।

েদখা হৰিৰ মোহাক ফেলে কে।