পৃষ্ঠা:গুৰুচৰিত.djvu/৩৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত মনে মনে খুশি দেভ শৰে। ঈশ্বৰ বুলিয়া আনিবেক গবে নৰে। ১৯৬৪ এক মায়া কৰো যেন নানয় আনে। সন্ন্যাসী বেশ ধৰি আইলা সেহি থানে। জীতৰ সুন্দৰ পুৰু তাৰ কায়। শৰীৰৰ কাতি আতি চাহন নাবায়। ১৯৬৫ ভন্ম বিভূষিত অঙ্গ অধিকে সুহাই। অল্প আদি কোন কিঞ্চিত তান নাই। শঙ্কৰে ৰোলত বিদ্যা শিখাইয়ে আমাক। যেমতে পাৰো মই পট লেখিক। ১৪৬৬ সমাসী বোলত অত কিহে দোষ নাই। শিখাইবোহো শিখিবাক কহিলে বুজাই। হিল হাতাল তেতিক্ষণে আনিল। যত্ন কৰি পটে বৈকুণ্ঠক লেখিল ১৪৬৭ সন্ন্যাসীক আগে এই লেখত শং। বিস্ময়ে আহত চাই যত ভক্ত নন। ৰামৰম গুৰু ৰে বুঢ়াখা বলৰাম। চাহিয়া আছ সবে ভজি আন কাৰ। ১৪৬ এহিমতে বৈঠক লেখিকে যেবে। পাৰিষদগণক লিখিলা তৈতে ভেবে। সাতো বৈকুণ্ঠৰ সাত লিখিলা ঈশ। থানে খানে লেখিল জীৰি সৰোবৰ। ১৪৬