পৃষ্ঠা:গুৰুচৰিত.djvu/৩২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত কীড়ি ফুৰতে মই ধৰিবাক চালো। হাতৰ এৰাই গৈল ধৰিবে নপাইলো।১৩৯৫ গৃহক যাও চলিয়ো জমাই। মাতি বুলি শঙ্কৰক দুয়ো অনো যাই। শুনি বুঢ়াখায় আন লোক লগে গৈলা। শঙ্কৰক আনিবক ছাত্ৰশালে গৈলা ১৩৯৬ গুৰুক মাতিয়া শঙ্কৰক আনিলন্ত। এহিমতে আপুনাৰ গৃহক গৈলন্ত। পঞ্চাশ বত্সৰ য এহিমতে গৈলা। ষোড়শ বৎসৰ যেবে শহুৰৰ ভৈলা ১৩৯৭ দিনে পঢ়িয়া যেবে আছ শৰব। সবে শাস্ত্ৰ গটি ভেবে আসি। একক দক্ষিণা দিবে সবে আলোচিলা। এথমতে পাঠশালে কাপক ধৰি। ১৩৯৮ কৰিয়া কাৰুণ্য তিনি গত কৰিলত। আপুনাৰ ৰূপক আপুনি চিনিল। তাম কাস বেলা বাতি ঝাৰি ঘূৰি। আপুনি ঈশ্বৰে তৈতে মিশাইলা সমস্ত। ১৩৯৯ গুণ গুলো বুলি সবে ব্য দিল। সকা আগতে দিয়া এনাম কবিতা। এ ৰি আশীৰ কৰিল। শদেৱক বহু আশা দিল।১৪••