পৃষ্ঠা:গুৰুচৰিত.djvu/৩১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত সূত্ৰ হেন বুলি মোক জগতে আনয়। কি কাৰণে আমাক নিশিলি দুৰাশয়। ১৩৭৩ আৰি তাৰ প্ৰতিকাৰ অৱশ্যে সাধিবো। গোটা চাৰি পাঞ্চ খুলা তোৰ গালে দিবো। এহি বুলি কোধে উপৰক হাত তুলি। এহি মুখে পাপ মোক নিলিলিহি বুলি ১৩৭৪ লাঠি ধৰি গালত যে হ খুন্দা দিল। গোটা চাৰি পাঞ্চ জাত তাহাৰ সৰিলা। এৰা বহুতৰ খুন্দা তাৰ গালে দিল। ভূমিত পাৰিা তাৰ বুকুত বলি। ১৩৭৫ মৰ মৰে বুলি সিটো বিৰে চেঙ্কায়। কি লৈ কি লৈ বুলি গুৱে মাভয়। কৰ বচন শুনি কিন্তু চেষ্টা পাইলা। কিছে ফিহে কৰি পাতে চক্ষু মেলি চাইল। ১৩৭৬ কোই কেই বিয়ে মাতিলেক পাচে। কহিয়োক গুৰু যে শব কৈত আছে। এক বোলে তাহা তোমাৰ কিবা কাম। কি কাৰণে দোয়ায় শয়ৰ হেন না। ১৩৭৭ আচাৰ্য ঘোলয় ম জেলি লগোন। আমাৰ গাত আলি লৈ শত। বি বিল নেহৰ গাত। ১৩