পৃষ্ঠা:গুৰুচৰিত.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰু ৰামৰ ডালে কৰি এক ঠাই। অগনিত আহুতি দিতে পাৰে যাই। তুষ্ট হুয়া চণ্ডী মাৰ মোক দিয়া বৰ। একটি পুত্ৰ হোক তবু সমসৰ ৪৫০ সিজি হৌক বুলি সতী গৈলা দিয়া বৰ। ভৈল পুত্ৰ তান সেবে নামে তীবৰ। সৰ্বগুণান্বিত মহা বীৱন্ত মতি। গৌড়োৰে দায়া পাচে কৰিলা সম্প্ৰতি ৫৪ কনৌপৰত বাস দানা ভাসা। দেৱীপূজা কৰ্ম তেন্তে কত বিস্ত। ভক্তি কৰি দেৱীক কৰিলা দাসী প্ৰায়। দেৱীদাস নাম ভৈলা এহি কাৰ্যে যাই॥৫৫ পণ্ডিতালী গুণ দেখি পাচে নৰেশৰ। দুজনাৰায়ণে দায়া কৰও বিস্তৰ। ৰজা হতনাৰায়ণৰ বংশাবলী তানিয়োক কথা আবে আত পৰে আৰ। বংশাৱণী কহো আবে দুভ ৰাজাৰ।৬ আদি নিৰন পূজি আলি বৰ। সাকি নাম কন্যা তান পৰ ৰ। বিৰ কুৰিত সাৰি গালি। লায় টিেিব পুত্ৰ মাগিল।