পৃষ্ঠা:গুৰুচৰিত.djvu/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত গৰ পে পুৰু আৰাখিবি ই। তোত তেবে বেকত হুইবোহো যাই মই।০৭ সেহি বাক্য সালিবে আমি এখন। যোহাৰ বংশত তেবে হৈবি উৎপন। সদানন্দ নাম সিটো বিষ্ণুপুৰী নাম। হেমন্ত গিৰিক দেখি উপজিলা কাম ৪৮ একদিন লক্ষ্মীপুৰী হেমন্তক গৈলা। পাৰতীৰ পিতৃ পাচে দৰশন ভৈলা। সেহি বীৰ্যে গন্ধৰ্ব যে গিৰীক লভিলা। শৰৰ উৰ্থ পিতা আতেসে জন্মিলা॥৪৯ ইটো কথা সম্প্ৰতি থাকোক এহিমানে। শবৰ বংশাৱলী শুনা একমনে।। নতাদেৰ নামে যিটো পুৰুষ অদ্ভুত। অস্ত্ৰশস্ত্ৰ শাস্ত্ৰত যে বৰই পাৰ্গত॥৫• পৰম গম্ভীৰ ধীৰ বুদ্ধিত সাগৰ। পৃথিবীত নাহি লাৱে সমসৰ। বঙ্গাল মাৰিৰে গৌড়েশ্বৰে পাঞ্চি দিলা। সমত ৰাজ্যৰু যিনি একত্ৰ কৰিলা॥৫১ সৈন্যৰ শোণিতে এক নদী বহি যায়। জ জৰি শোণিতক লৈ সেহিঠাই। নেহি ফেজে নদেৰ পূজি, চী। এ বা মাৰ কা নাম না কি