পৃষ্ঠা:গুৰুচৰিত.djvu/২৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৈৰা পকী ভেলা সিটো আনি না। ঋৰি বাক্য পালি আৰ মাৰিলা ১১ কাম নামে বিদ্যাধৰ বৈকুণ্ঠ গৈলা। মৎস্যৰ বৃত্তান্ত কহো শুনা যেন ভৈলা লহু নাম গন্ধৰ্ব যে আছিল স্বৰ্গৰ। পূৰ্বে আক শাপ দিয়া আছে সৃষ্টিকৰ।১১১ মৈসানি বামন দেৱে বণিক ছলিল। ডিজোট নখ লাগিয়া ভাজিল। পৰম বিচিত্ৰ জল বহিবাক লৈল। দেখি ব্ৰহ্মা কমণ্ডলু পাতি আগ ভৈল।১১১১ সেংিবেলা গন্ধৰ্বেয়া মায়া পাতিল। ভৰি চাৰি গৈয়া সিটো ব্ৰহ্মাৰ আগত। পৰ বিচিত্ৰ জল বুবাই তাক গৈল। ৰক্ষাৰ হাতত কমণ্ডলু ভৰি ৰৈল।১১১২ তেতিক্ষণে গন্ধৰ্ব মৎস্যৰ ৰূপ ধৰি। আগে বেথে গৈয়া ব্যন্টে আনন্দিত কৰি। লৱৰিয়া বেগে কমণ্ডলুত পৰিল। হেন দেখি ব্ৰহ্ম। কোপ কৰি শাপ দিল ১১১১৩ পুৰপি ৰক্ষা আৰৰ বলি দুনাই। পেৰে ত্ৰৈলোক্যত মহামন্দ নাই। কম লম্পট পাপ বিধৰ হই। গিনি পাতে মোৰ কম দুই ১১০