পৃষ্ঠা:গুৰুচৰিত.djvu/২৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীয় ও লৰ নাসিকা দত্ত মুকুতাৰ পাতি। ভকত নৰ যেন দেখি তে ভ্ৰান্তি। ১৭ প্ৰতি পৰে চলি যা শোৰ বাণী। গহীন সাগৰ যেন গজেন্দ্ৰ গমনী। নোৱাই ধুৱাই শঙ্কক নিয়া বুঢ়ীই। নাৰীসবে মাঙ্গল্য উৰুলি কৰি যাই॥১০৭৭ নৰোত্তম গুৰু যৈতে আছে হোম দিয়া। তৈতে শৰুক বুঢ়ী বৈসাইলেক নিয়া। নিলন্ত শঙ্কৰৰ চূড়া মহোৎসৱ। দান লৈবে আইলা বিপ্ৰ কৰিয়া উৎসৱ।১৭৮ হোম কৈল নৰোত্তমে বেদমন্ত্ৰ তুলি। দুই শত নাৰীগণে দিল উলি। ঢোল কল আৰু বহু বাদ্য বাৱে। বিএগণে আশীৰ্বাদ কৰে গায়ে গাৱে।১০৭ শৰ কান্ধে গুৰু দিল উত্তী। ম বোলে বিগণে শুমঙ্গল কবি। মহা মনোহৰ সিটো বিচিত্ৰ উত্তী। তিনিয়োক লিখি আহা যত্ন কৰি ১৮০ ব্ৰাহ্মণ জ্ঞাতিক সবে কৰাই ভোজন। দিলা সমস্তকে তুমি বসন ভূষণ। আনন যত লোক সমতকে দিলা দান। বিল বিলায় শক্তি কৰি সমান।