পৃষ্ঠা:গুৰুচৰিত.djvu/২৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেন আনতে চাৰি বৰি চমাইল। ব পাৰুে পুৰু আসিয়া মিলি। কুসুমে বিল পাচে বুঢ়াখাত বুদ্ধি। ফৰে চুঙ্গাকৰ দেহৰ হৌক শুদ্ধি। ১৭১ এহি বুলি আনিলন্ত জ্ঞাতি বন্ধু মাতি। আনিল গুৰু সাদৰ কৰি আতি। সৰ হাতে দিন বাৰ কৰাইলন্ত। অমল কৰি আতি কুসুম মহন্ত। ১৭২ ঢোল কৰতাল বায়া কৰয় আনন্দ। দেৱীৰ নামক গাৰে কৰি নানা হল। বহুতৰ নাৰীসবে কৰয় উৰুলি। মুত মুণ্ডি পাৱত পাদুকা দিলা তুলি। ১৭৩ নখ কাটি তাতে অলিভাৰ দিলা ফোট। অলকাৰসৰ ঢাকি জ্বলে গাঁৱগোট। মাখাত পাগুৰি পিন্ধাইলন্ত পাট ভুনি। গাৱৰ পড়খানি বৰণ অৰুণ। ১০৭৪ দুই বাহুযুগ বলে মহা মনোনীত। পিন্ধাইলা আঙ্গুঠি নিয়া দশ আঙ্গুলি কৰ্ণে দুই কুল ডোলয় হেমময়। হৃদয়ত মুকুতাৰ হাৰ প্ৰকাশয়। ১৯৭৫ পৰ লাৱণ্য শি মুখে অৱহাসি। দুইগোট মে। যেন পয় পাসি।