পৃষ্ঠা:গুৰুচৰিত.djvu/২৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত সুড়ি লুড়ি গ্ৰাম দেশ কৰিলা উচ্ছ। তিনি দিন হানা দিয়া বিচাৰি ধন। বুকুৰ মেকুৰী গৰু খাইলা মাৰি কাটি। তিনি দিন অন্তৰে দিল পাচে ভাঠি॥১০২৭ পলাই আছে লোক যত বনৰ ভিতৰে। শাক কচু খায় ক্ষুধাত আতি মৰে। সেহি সময়ত কুসুমৰ পুত্ৰ ভৈলা। তাতেসে তাহাৰ নাম বনগঞা থৈলা। ১০২৮ অৰণ্যৰ মধ্যে যেবে পাই সবে আছে। কুমেয়ে এক কথা কৰিলন্ত পাচে। কাজলীক সীমা কৰি ৰাজ্য মাৰিলত। চৰিয়া পঠাই বাৰ্তা কুসুমে পৈলন্ত। ১৩২৯ কছাৰী উজাই পুনু কপিলিক পাইল। হেন কথা বাৰ ভূঞা সমস্ত নিল। কছাৰী মাৰিব সবে কৰিয়া আচ। মাৰিবাক বোলে আমি নকৰোহৰী ও ১৩ নিলে ধন সৰ্বৰ মাৰিবৰ কাৰী। পাট বুদ্ধি কৰি সবে বসি আহা কি। বুনে বুলি পাচে তসিক চাই। ভাল ভাল পাইক চাই বাছি লোৱা যাই।১০৩১ যেন শুনি ভূঞ তেতিক্ষণে গৈল চলি। মৈনা লোকব সঙ্গে হালী।