পৃষ্ঠা:গুৰুচৰিত.djvu/২৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ এহি কথামাতে বেবে চলি গৈলা ঘৰে। নিয়োক তাৰ যেন ভৈল অনন্ত। হৰিৰ নন্দন ভেকুৰি যে তাৰ নাম। শবক আজুৰি ভাঙ্গিল হন্তু বাম। ১০১৬ হন দেখি হৰিৰ লাগিল মনে দু। ৰস্ত বিষাদ আতি দেখি পুত্ৰমুখ। তাক লৈয়া গৈলা পাচে কুমৰ ঘৰে। দেখি তাক শৱৰে মনত চিন্তা কৰে। ১০১৭ খজিবে পিতৃ মোক আনিলে নিশ্চয়। মনে মনে গুণি বসি আছ। মহাশয়। দেখি তাক কুসুমে পুছিল কথা হাসি। আমাৰ থানক তুমি আহ কিক আসি।১•১৮ মনহুখে হৰি মাতিল কুসুমক। পূৰ্ব্বাপৰ কথা কৈলা দেখায়া পুৰক। বুলি ভূঞা ইটো কথা গুহি ভাল। কি কৰিববা আক মই অবোধ ছাৱাল। ১•১৯ হেন দেখি হৰি পাচে পুত্ৰ সমে পৰি। কৰিলা মিনতি শঙ্কৰৰ পাৰে ধৰি। বেতিক্ষণে শঙ্কৰক নমস্কাৰ কৈলা। ভগ হস্ত তাৰ তেতিক্ষণে ভাল জৈ।১২ হেন দেখি কুসুমে স্নানলে আ চাই। পিতাপুত্ৰে তাকে নমিত্ত যাই।