পৃষ্ঠা:গুৰুচৰিত.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গগিৰিয়ে বিদিষক হয়। কাতী বোল মোক থামী নালাগয় ৩৬ ঈৰ মাধৱ পিতৃ আছে মোৰ কাষী। তা এৰি আন পতি নধৰিব আমি। হেন শুনি গিৰি পচে গুণিয়া মনত। কিছু মুৰুলিয়া তেৰে ৰহিলা গৃহত ৩৭ একদিন হৰক চিন্তিয়া মহাসতী।। নাগিলন্ত পুত্ৰ বৰ কৰি তুতি নতি। হৰে দুভৈল শুনি কন্যাৰ কাকূতি। বৰ দিয়া চলি গৈলা পাৰ্বতীৰ গতি॥৩৮ গৰ্ভপোট ভৈলা তাৰ মহা জ্যোতিৰ্ময়। সুতিকা গৃহক আতিশয় প্ৰকায়। উপলি পুত্ৰ পাচে নামে লণ্ডাদেৱ। বলে বীৰ্যে পৰাক্ৰমে সম নাহি কেৱ।৩৯ বুলিৰাহা কাৰ বীৰ্যে ভৈলন্ত নয়। তাই কৃপা কৰিলন্ত কৃষ্ণ কৃপাময়। হৰ বচন শুনি প্ৰভু সমীপতি। গড় জে আইলা কৰি লীলাগতি ৪০ আকাশ কি হৰি বীৰ্য এৰিলত। উৰ সৃষ্টি কৰিাতী দেখি। বৰ্ণ বীৰ চন্দ্ৰ সৰ প্ৰকাশয়। আকাশক একায়ি দেয় সিয়॥