পৃষ্ঠা:গুৰুচৰিত.djvu/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক চৰিত তোমাৰ অৰু চৰণ পৰতে | নিমকে মোৰ মন। মুখে শুধু নাম | কীৰ্তন। হৌক মোৰ সৰ্বক্ষণ॥৮৬১ এনমে জনমে ভকতৰ সঙ্গে দিয়ে মোক হেন জানি। নাৰি মোক শৰণাগতক প্ৰাণপ্ৰভু পদ্মপাণি। তুমি পৰমাত্মা সুহৃদ সোদৰ তোমাতেসে মোৰ অশ। পশিলে। শৰণে তোমাৰ চৰণে | লৈয়ো মোক কৰি দাস॥৮৬২ হে প্ৰাণহৰি মই আজি ধৰি পশিলো হেৰা শৰণে। কৃপাৰ সাগৰ | দৈৱকী নন্দন নেৰিব। মোক মৰণে। যেন সুখে দুখে ইটো মোৰ মুখে নেকে তোমাৰ নাম। নবাোহো আন। | দিয়া এহি দান পূৰিয়ো মনৰ কাম।৮৬৩ কত পূণ্যফলে পাইললা বিকলে তুমি হেন কে বাপ।