পৃষ্ঠা:গুৰুচৰিত.djvu/২০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় ও ভূঞা বিপ্ৰগণ মাতে তেতি নাইবাক লোক পাখা॥৮৪৭ সায়োক ঘৰ। | কৰি বহুতৰ ভাৰ্য্যাৰ কাৰ্যক লাগি। আসিবে বিস্তৰ | বি নিৰন্তৰ | পৰিবে গত ভাগি। এহি বুলি ভূঞা বুঢ়াখা উঠিয়া আপুনাৰ ঘৰে গৈল। পিতা পুত্ৰ সঙ্গে। | কুসুমেও বঙ্গে বসিয়া তথাতে ৰৈলা॥৮৪৮ শুনা সৰ্বজন কথা বিতোপন শৰ চৰিত্ৰ সাৰ। ইহাৰ শ্ৰৱণ কীৰ্তনে কৰিবে সংসাৰসাগৰ পাৰ। দেৱৰো দেৱতা যিটো পিতা মাতা | ব্ৰহ্মা হৰে কৰে সেৱ। অনাদি ঈশ্বৰ তেহেস্তে শৰ বাত পৰে নাহি কেৱ। ৮৪৯ তা বিনে কোনে ভৰিবে কলিত অপাৰ সংসাৰ সিন্ধু। নেয়। | দেৱ মহে তৰ নিব।