পৃষ্ঠা:গুৰুচৰিত.djvu/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৈশ দিনাৰ লীলা গৰু সহিত কৈলা | না কহে সমাহিক জন। বি বাহন পক্ষী ঈশ্বৰৰ কাৰ্য লক্ষি | পৃথিবী কৰিলা গমন॥৭১২ বৈকুৰ আইলা লৰি পাইলা কুষম বাড়ী প্ৰবেশিকা শঙ্কৰ আগে। ফুৰি ফুৰি সাত বাৰ কৰি নমস্কাৰ | বিষ্ণুৰ বাহন মহাভাগে। কি মাথে চুই অৱনত ভাৱ হই ভক্তিভাৱে হয়া লোট সেট। পুৰু পুৰু মাথা তুলি চৰণৰ লৈল ধুলি পৰ ভকত পীগোট।৭১৩ শৰে আখাসি তাৰ বুলি মধুৰ বাক | কিসক আসিলা পী। পড়ে নমাইয়া মা বোলে বাপ অগয়া | সৰ্বসিজি ভৈলা মোৰ কাজ। কৰিব মনুষ্য লীলা অৱতাৰ আলি তৈলা প্ৰাণপ্ৰভু জগতৰ স্বামী। দশন ভৈলা নম সফল কৈলে ইক লাগি আবে আমি।১৪ তোমাৰ মহিমা স্বামী কিমতে ৰুজিববা আমি মই মই পায়।