পৃষ্ঠা:গুৰুচৰিত.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহ্বান জনায়। এক জ্যেষ্ঠপুৰ ৰাষান ঠাকুৰে ইয়াত বোগ দিয়ে। কি কিছুমান সাধুৰে ইয়াক পছও নকৰিলে। বিশেষকৈ মোৰ গুৰুক আহ্বান কৰেীকেউদিয়ে- “হে শুনি বুলিলপ্ত তৰুতৰ লাগে। আমাৰ অবিতে বাপ বহিৰাৰু লাগে।১৯৫৬ ( বাম ) পাচত মাধৱদেৱৰ আদেশত ৰামানন্দ ঠাকুৰ নিজে গৈ সাবান কৰেীতে উত্তৰ দিয়ে “হেন শুনি ৰামান মাতিবা গৈলা। মাধৰৰ আজ্ঞা দামোদৰত কহিলা। দামোজৰে ৰোন্ত ঠাকুৰ শুনিলো। অজিতে (পাটহাউসীত) বসিবো তৈক নামাতিবা মোক ১৬০ (ৰাচৰণ ঠাকুৰ) এই কথা নীলকণ্ঠ দাসে এমোদৰ চৰিত লিখিইে এইভাবে- এমোদৰদেৱে কৈছে- “পিতৃৰ কৰিব লাগে নিজ চাই। ৰামান গৈলা আৰু কিবা অভিপ্ৰায়। নি স্থানে কৰ্ম আবে কৰোৰু আসিয়া। কৰো মহোৎসৰ বাৰে সৰেয়ো মিলি।৬১ তৈতে যদি তাৰ দুই কৰ্মক কয়। থানে মহোৎসৱ আমি কৰিবৰ নি। শুনিয়া মাখৰে মাতিন্ত কোণে চাই। শৰীত কিছু বিশ্বাস নাই।