পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
গুণ-মালা

পাপে চাপি ধৰে
আত্মঘাত কৰে
কত তপসায়
চিন্তামণি প্ৰায়
জানিয়া সম্প্ৰতি
অগতিৰ গতি
মাধৱৰ নাম
এৰি আন কাম

   

নাম নুসুমৰে।
কৌতুকতে মৰে॥
নৰ তনু পায়।
হাততে হৰায়॥
কৰি থিৰ মতি।
ভজা যদুপতি॥
ধৰ্ম্ম অনুপাম।
বোলা ৰাম ৰাম॥

−:সমাপ্ত:−