পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কীৰ্ত্তন বিনায়
শাস্ত্ৰ অভিপ্ৰায়
তেবেসে নিস্তৰি
হৃদি ৰূপ ধৰি

   

আন পুণ্য নাই।
বুজিয়োক চাই৷৷
আন কৰ্ম্ম এৰি।
বোলা হৰি হৰি৷৷

----
ঘোষা
ছাৰি আন কাম বোলা ৰাম ৰোলা ৰাম।
পদ

কৃষ্ণৰ পৰম
ভৈল অনুক্ৰম
আৱে একাদশ
মুকুতিৰ ৰস
ভাৰক সংহৰি
বিমৰিষ কৰি
ইটো যদুকুল
লগাই হুলস্থূল

   

জনম কৰম।
সম্পূৰ্ণ দশন৷৷
শুনা কৃষ্ণযশ।
ভকতি সৰ্ব্বস৷৷
পৃথিবী উদ্ধাৰি।
বুলিলন্ত হৰি৷৷
ভাৰ সুবিপুল।
কৰিবো নিৰ্ম্মল