পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
গুণ-মালা


লীলা বিহাৰ
তাক কহিবাৰ
শুনা নিৰন্তৰ
কৃষ্ণৰ কিঙ্কৰ
কত তপসাই
ভকতি বিনাই
মাধৱেসে পিতা
মাধৱেসে ধাতা
মাধৱত পৰ
নাহিকে ঈশ্বৰ
মিলিবে মৰণ
কৃষ্ণৰ চৰণ
দুৰ্ঘোৰ কলিত
মাধৱত চিত্ত
আয়ু আলে জালে
ভজিয়ো সকলে
গুণ চিন্তামণি
পাপৰ অগনি
নাহিকে চেতন
হৰিৰ কীৰ্ত্তন।

   

কৰিলা আপাৰ।
শকতি কাহাৰ॥
কৰ্ম্ম কেশৱৰ।
ৰচিলা শঙ্কৰ॥
নৰতনু পাই।
ব্যৰ্থে আয়ু যায়॥
মাধৱেসে মাতা।
মাধৱেসে দাতা॥
ত্ৰৈলোক্য ভিতৰ।
জানা সাৰতৰ॥
জগত তাৰণ।
পশিলো শৰণ॥
চিন্তিয়োক হিত।
দিয়া প্ৰতিনিত॥
যাই পাইলে কালে।
ৰাখিব গোপালে॥
দুৰ্গতি তৰণি।
ঘুষিয়োক ছনি॥
কেদিন জীৱন।
কৰিয়ো যতন॥