পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পৌণ্ড্ৰক ৰাজাৰ
শিৰ ছেদি তাৰ
শাল্ব নৃপতি
দ্বাৰকাক প্ৰতি
বেঢ়ি দ্বাৰকাক
মিলাইলা বিপাক
হাতে চক্ৰ ধৰি
শাল্বক সংহৰি
দ্বাৰকাক থিৰ
কাশি নৃপতিৰ
ৰিপু নৃপ যত
সবাকো ৰণত
বদতি শঙ্কৰ
ইটো সাৰতৰ
হৰি বিনে আৰ
অসাৰ সংসাৰ
পৰলোক ভয়
ঘোৰ যমালয়
কেনমতে তাত
ঘোৰ উতপাত

   

 শুনি অহঙ্কাৰ৷
চিন্তিলাহা মাৰ৷৷
যুদ্ধক সম্প্ৰতি৷
আসিলা দুৰ্ম্মতি৷৷
হানি অস্ত্ৰজাক৷
খেদি আইলা তাক৷৷
দেৱ শ্ৰীহৰি৷
ৰৈলা ৰঙ্গ কৰি৷৷
কৰি মহাবীৰ৷
ছেদিলন্ত শিৰ৷৷
সমৰে শকত৷
কৰিলাহা হত৷৷
শুনা সবে নৰ৷
বেদৰ উত্তৰ৷৷
নাহিকে নিস্তাৰ৷
জানা সাৰে সাৰ৷৷
এতো নুপজয়৷
গমন নিশ্চয়৷৷
যাতনাৰ হাত৷
এৰাইবা সাক্ষাত৷৷