পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লভিলা চেতন
প্ৰেমে অনুক্ষণ
প্ৰিয়ায়ে সহিতে
ক্ৰীড়িলা তহিতে
নৰকক মাৰি
ষোড়শ হাজাৰি
জিনি বজ্ৰপাণি
দ্বাৰকাত আনি
সুধৰ্ম্মা সভাক
বুলি তুতি বাক
একৈক ভাৰ্য্যাত
তনয় সাক্ষাত
কৃষ্ণ পুত্ৰ নিতি
ৰঙ্গে দিনে ৰাতি
ষোড়শ হাজাৰ
কৰিলা বিহাৰ
গৃহৰ সম্পদ
নয়ন তবধ
উঠি গৈল তঙ্ক
কৃষ্ণক কলঙ্ক

   

বুলিলা বচন৷
ঝৰয় নয়ন৷৷
সকৰুণ চিতে৷
বদন সহিতে৷৷
আনন্দে মুৰাৰি৷
পাইলা দিব্য নাৰী৷
পাৰিজাত আনি৷৷
কইলা চক্ৰপাণি৷৷
পাঠাই দ্বাৰকাক৷
গৈলা দেৱজাক৷৷
দশ দশ জাত৷
জগত প্ৰখ্যাত৷৷
ভৰিলেক আতি৷
বঞ্চে যত জ্ঞাতি৷৷
মন্দিৰ আপাৰ৷
জগত আধাৰ৷৷
দেখিয়া নাৰদ৷
ভৈলা নিশৱদ৷৷
সত্ৰাজিত ৰঙ্ক৷ তঙ্ক==ভয়৷
দিলেক নিশঙ্ক৷৷ ৰঙ্ক=মন্দ৷