পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
গুণ-মালা


কৰিলা সাদৰ
বিশেষ্টা কংসৰ
কৰিলা পয়ান
অনেক নিশান
দেখি গোপীচয়
ক্ৰন্দন কৰয়
দূতক পঠাইল
ঘোড়াক ডকাইল
চলে ৰথখান
কৰিবে মধ্যাহ্ন
ৰথ তৰুতলে
অক্ৰ ৰ সচেলে
অনন্ত শয্যাত
দেখি দানপতি
নানা তুতি ৰড়ি
মথুৰাক লৰি
অক্ৰূৰক হৰি
চাহিবে নগৰী
গজগতি লীলা
প্ৰজায়ে দেখিলা

   

দেৱ দামোদৰ৷
জানি নিৰন্তৰ॥
পুৰুষ পুৰাণ৷
বজাইলা বিষাণ॥
নসহে হৃদয়৷
লোতক ঝৰয়॥
মাধৱে বুজাইল৷
অক্ৰ ৰে খেদাইল॥
বায়ুৰ সমান৷
ৰাখিলন্ত যান॥
থৈয়া মহাবলে৷
বুৰ দিলা জলে॥
কৃষ্ণক সাক্ষাত৷
কৰি যোৰহাত॥
পাছে ৰথে চড়ি৷
গৈলা দৰদৰি॥
পঠায় আগ কৰি৷
চলি গৈলা হৰি॥
মথুৰা ভ্ৰমিলা৷
আনন্দ মিলিলা॥