পৃষ্ঠা:গুণমালা- শংকৰদেৱ.pdf/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুণমালা


কৃষ্ণে কথা কৈলা
নিহল ছোড়াইলা
বসুদেৱ সন্ত
ফণায়ে অনন্ত
নমনিয় কূল
চড়াই তাৰ কূল
কৃষ্ণক থৈলন্ত
বসুদেৱ সন্ত
নন্দে দেখিল
উৎসৱ মিলিল
নন্দ যশোদাৰ
কৰিলা বিহাৰ
অনেক যন্ত্ৰণা
আসিল পূতনা
পৰম সঙ্কট
সহিতে শকট
দৈত্য চক্ৰবাত
কৃষ্ণৰ লীলাত
জগতৰ স্বামী
মাতৃ কোলগামী

   

শিশুৰূপ ভৈলা।
কোলে তুলি লৈলা॥
লৈয়া লৰিলন্ত।
ছত্ৰ ধৰিলন্ত॥
যমুনা বিপুল।
পাইলন্ত গোকুল।৷
কন্যাক লৈলন্ত।
দুনাই আসিলন্ত॥
পুত্ৰ উপজিল।
মহাদান দিল॥
গৃহত অপাৰ।
জগত আধাৰ॥
কৰিলা মন্ত্ৰণা।
শুষিল চেতনা।৷
দধি দুগ্ধ ঘট।
কৰিলা উলট॥
ভৈল স্কন্ধপাত।
পৰিয়া শিলাত।৷
প্ৰভু অন্তৰ্য্যামী।
তুলিলন্ত হামি।৷