পৃষ্ঠা:গীতাসাৰ.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাশ শব্দ, পুণ্ড পৌবলে বিমান। সকলোতে - শক্ত বিদ্যমান আনিব। ময়েই {পমাত্মাই পৃখিত পুণ্য-পৰিত্ৰ গ অগিত ময়ে (পৰমেৰেই) ভেজেলে আলে তপৰীৰ পাতত মেনেই (পূর্ণব্রহ্মৰেই) অৱস্থিতি। যে পার্থ। মােফেই {পৰশাত্মাকেই। সর্বভুতৰ মূল, বুভিমানৰ বুজি আৰু তেজৰীৰ ৰীৰ বুলি জানিবা । মঙ্গেই ( প ই) তে বুলি বুজিবা।” (১) “হে অর্জুন। ইতিপূৰ্বতে আভাস দি (২) অ হৈছে যে, ময়েই বলৰৰ কামৰাগৰহিত ৰ, আৰু সমস্ত প্রাণীৰ ধৰ্ম্মৰ অবিৰ কানে ময়েই (৩)। সাত্বিক, ৰাজসিক আৰু তামসিক জগতৰ সকলো পদার্থই মােৰপৰা উৎপন্ন । সেইবােৰ মােতে অবস্থিত যদিও, সে স্থিতি সেইবােৰত নাই। কিন্তু, মায়মুগ্ধ জীৱই মােৰু সেইবােৰৰপৰা আঁতৰ বুলি নাজানে। স, ৰজ, তম এই যিগুণময় মােৰ অশৌফিক (৩) মায়া উপলব্ধি কৰা সহজ নয়। কেৱল যিবিলাকে মােকই একান্ত ভক্ষনা কৰে, সিবিলাকে সেই মায়া অতিক্রম কৰিব পাৰে। পাপী, মুছ, নৰাধমে মাথােন আনুৰভাৰজনিত মায়ামুখ হৈ মােক না (১) গী, এম আখ্য, ১০ হােক। (২) “পুণ্যে পঃ পৃথিৰাং তেতানি মিসৌ। জীবন ভূতেষু গুপগমি তপর্থি। | শীল, আ, কে। } য বলা চা বিসি। | বিয়েতে কামশাইখি । শীত, থ্যা, ১১ এক। (০) কফ ল ি োৰােপ কৰিলে তেও সবি নােৰ। কিন্তু, জনসল শেলি সৰু সৰ আৰকাৰিক মা ব্যাখ্যা কমােজ দাৰ পি অশৌখিক নিয়ে নিৰোপ কৰিছে।