পৃষ্ঠা:গীতাসাৰ.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭। আধা । যােগ, তেওঁৱেই ব্ৰহ্মনিৰ্বাণপ্রাপ্ত হয়। আক, বি নিস্পাপ সন্ন্যাসী, সংশয়বজ্জিত একাচিতীয়া, সৰ্ব্বভূতহিতৈষী, তেওঁৱেই প্রকৃত আত্ম- জ্ঞানী, তেওঁৱেই ব্ৰহ্মনিৰ্ব্বাণ প্রাপ্ত হয়।” (১) “যাৰ হৃদয়ৰপৰা কামক্রোধৰ বীজ কিনষ্ট হৈছে, আৰু তাৰ নিমিত্তে ধাৰ চি সংযত হৈছে, যাৰ প্ৰাণত আত্মা আৰু পৰমাত্মাৰ একত্ব জ্ঞান জন্মিছে, তেওঁৰ জীৱনে-মৰণে সকলে। অৱস্থাতেই নিৰ্বাণপদ লাভ হয়। মনৰপৰা সকলো বাহ্ন বিষয় বাঙ্গ কৰি, দুই চকুক যুগলৰ মাজত স্থিতি কৰাই (২) প্ৰাণ আৰু অপান (৩) বায়ুক নাকৰ বিন্ধাৰ মাজত ৰুদ্ধ ৰাখি, যি ইন্দ্রিয় গাৰু মন জয় কৰিছে, আৰু ইচ্ছা, ভয়, ক্রোধ ইত্যাদিক বশ কৰি যি বিষয়বিৰাগী হব পাৰিছে, সেই যােগী পুৰুষ সত্ততে নির্বাণপ্রাপ্ত হয়।” (3) | “ভগৱন্তক যুক্ত আৰু তপস্যাদিৰ ভােক্তা, সর্বলােকৰ মহেশ্বৰ আৰু সৰ্ব্বভূতৰ এক মাথােন সুহৃৎ (৫) বুলি তত্বজ্ঞ হৈ সাধকসকলে পৰমপল (১) গীত, ৫ম অধ, ২৩-২৫ শ্লোক। (২) চকুৰ দৃষ্টি যুগলৰ সন্ধিসুলত দ্বিৰ ৰাখিব পাৰিলে চিত্ত একাগ্রতা ধুলি লাস্থ হয়। (৩) নিশ্বাস আৰু প্রস। ৪) গীতা, ম অধ্যা, ২ ৮ শ্লোক। (৬) ইগৱানক ভাৱে দৰ্শন কৰিলে জীৰে মুক্তি লাক্ত কবিৰগৈ নােৱাৰে, তেওঁক ভাবে জানিব আৰু সাক্ষাৎ অবপে দেখাদি দেখিব লাগে; সেই অর্থে ত্বশী অম্মানী ভগবান শ্রীকৃষ্ণই তেওঁৰ পৰম শিষ্য অর্জুন গত নিজক সাক্ষাৎ পৰা স্বৰূপ গে ডি, “শা জোৰি যত সর্বলােকহেব সর্বভূতানায় সুহৃদ বুলি অাল প্রকাশ