পৃষ্ঠা:গীতাসাৰ.pdf/৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গীতাসা। ভাব, আৰু জ্ঞানৰ প্ৰভাৱত যাৰ পাপ-পুণ্য নিবৃত্ত হৈছে, সেই যােগী সন্ন্যাসীয়ে মুক্তিপদ লাভ কৰে; সন্ম-মৃত্যুৰ বাৰ আৰু তেওঁৰ নাথাকে। (১) “তত্ত্বজ্ঞ পণ্ডিতৰ চকুৱে ব্রাহ্মণ, গে, হস্তী, কুকুৰ আৰু চাণ্ডাল সকলাে প্ৰকাৰ প্ৰাণীতে একেভাৱে ব্ৰহ্মদর্শন কৰে, তেওঁৰ মানত কুকুৰ বা যােগীৰ আত্মৰ কোনাে তাৰতম্য নাই। ব্ৰহ্মনির্দোষ আৰু সমস্বৰূপ সমদর্শী পুৰুষে ব্ৰহ্মত স্থিতি কৰে। গতিকে, ইহলােকত তেওঁ সংসাৰ- জয়ী হব পাৰে। ব্রহ্মজ্ঞ পুৰুষ সৰ্বত্ৰতে সমদর্শী; গতিকে তেওঁৰ মানত প্রিয় বা অয়ি ভাব নাই, ভাল বা বেয়া বিচাৰ নাই, সৰু বৰৰ জ্ঞান নাই, তেওঁৰ মানত সকলাে সমান। বাকবিহিত আশক্তিশ হলে অন্তৰত সুখ-শান্তি অনুভব হয়। তাৰ পাচত আত্মজ্ঞান লাভ কৰিলে সেই সুখ-শান্তি অক্ষয়-অব্যয় হয়। হে কুন্তীনন্দন! যিবােৰ সুপভােগ ইখিবিষয়ৰপৰা উৎপন্ন, সেইবােৰ নিশ্চয় দুখৰ কাৰণ, জ্ঞানীজনে তত প্রীতি লাভ নকৰে।” (২) | “দেহ ত্যাগ কৰাৰ আগেয়েই, (৩) মনােবেগ ইন্দ্রিয়শক্তি সঞ্চাৰিত নৌহওঁতেই, যি সেই বেগ চম্ভালি ৰাখিব পাৰে, তেওঁৱেই যােগী, তেওঁৰেই সুখী। দুখৰ আশ্রয়স্থান ভােগবাসনাৰপৰা যি যিমান আঁতৰত থাকে, তেওঁ তিমনেই সুখী। আত্মাতে যাৰ প্রকাশ, তেওঁৱেই ব্ৰহ্মনিষ্ঠ (১) গীতা, আথ্যা, ১৬-১৭ সেকি। (২) গীতা, ৫ অধ্যা, ১৮২২ শোক। (৩) পঞ্চম অধ্যাৰ মোৰ আশীষ বিমোৎ" মানে কোনাে কোনো সকাৰে শৰীৰ ভাগৰ আগেয়ে বুলি খ্যাখ্যা দিছে; ঝিল কামিত গীতার্থ সন্দীপনী মতে যে জয় ভাষণ হৈ সমসাশক্তি হোৱাৰ পুতে, অর্থাৎ পৃশ থাকোতেই।