পৃষ্ঠা:গীতাসাৰ.pdf/৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭। গা । পদ্মপত্ৰত পানীৰ সেই শক্তি নাথাটে (১); সেইদৰেই কর্মই কৰ্ম্ম- নুষ্ঠানকাৰী মাকেই কামপাশত আৱদ্ধ কৰে, কিন্তু যি ফল-ফামনা- বর্জিত কৰ্ম্মানুষ্ঠানকাৰী, সিবিলাকক কমপাশে বান্ধিব নােৱাৰে। কৰ্ম্মযােগীগণে ফল কামনা পৰিত্যাগ কৰি চিত্তশুদ্ধিৰ উদ্দেশে কেবল শৰীৰ, মন, বুদ্ধি আৰু ইন্দ্রিয়াদিৰ দ্বাৰাই হে কাম কৰে। নিষ্কাম কৰ্ম্মযােগীয়ে মােক্ষপ শান্তি লাভ কৰে; কিন্তু কামী অযােগীয়ে ভােগ বা না হেতুকে খুৰি ঘূৰি কামপাশত বান্ধ পায়।” (২) “জিতেন্দ্রিয় আত্মদশী পুরুষে মনৰপৰা কৰ্মসমূহক বাজ কৰি দি, নবদ্বাৰবিশিষ্ট (৩) হৈ দেহাৰ মাজত স্থিতি কৰে। তেওঁ নিজে কোনাে কার্য নকৰে, আৰু আনকো প্ৰৱৰ্তিত নকৰে, কাৰণ তেওঁ সত্ততে নিজ স্বাতন্ত্র্য ৰক্ষা কৰে । ঈশ্বৰ বা আত্মা স্বয়ং কর্মউৎপাদক নহয় । তে ফলজাতাও নহয়; ফভাগীও নয়। অজ্ঞানৰূপ মায়া বা অনাদি বিদ্যা বা অনন্ত প্রকৃতি হে কার্যক্ষেত্ৰ বিয়পি থাকে। আত্মা জীৱৰ পাপ-পুণ্যৰ গৰাকী নহয়।” {}। ‘আত্মবিচাৰৰ ফলত যাৰ অজ্ঞানতা অচিছে, তেওঁৰ অন্তৰত সূর্যৱং ব্ৰহ্মজ্যোতি প্ৰৱেশ কৰে। যি ব্ৰহ্মনিষ্ঠ আৰু পৰমাত্মাতে যাৰ আত্ম- (১) “ক্ষণ খায় কর্মপি সঙ্গত কৰােত । লিপাতে ন স পাপেন পদ্মপত্রমিবাস।” গীতা, অখ্যা, ১১ মে। (২) গীত, ৫ম অথ্যা, ১১-১২ । (৩) এই ,ে দুই কাপ, দুই খন বি, এখন ৰ। আৰ আকাশৰ এই ৰ। যৰ মাঝ শীরা আমি। এই সাতম * আৰল