পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰে কেতিয়াবা
স্বপ্নত দিবাহি দেখা।
স্বপ্নতে এবাৰ
চাম মুখ-খনি
মোৰ প্ৰাণ-মন-হৰা।
দাৰুণ অশান্তি
জানোবা আঁতৰে
খন্তেক মনৰ পৰা॥


কমতাপুৰ ধ্বংস কাব্য (page 298 crop)
কমতাপুৰ ধ্বংস কাব্য (page 298 crop)