মৃত্যু সময়তো নামত ৰতি॥ নবাঞ্চো কদাপি বৈকুণ্ঠ পুৰী। স্বৰ্গতো যেন নোহো অধিকাৰী॥ নৰক কুণ্ডতে থাকিবো পৰি। যম যন্ত্ৰনাতো হৰিক স্মৰি॥ এতেকে প্ৰভু মোৰ অভিলাষ। লৈয়োক ভৃত্যৰ কৰিয়া দাস॥ ———— সমাপ্ত