পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

________________

সহধৰ্কিল। ১৪ই চাকঞ্চিাৰুচুন্না-থাকিলে চকিৰ্গিজন ৩া ধা কি? লগতো নান্যাবি-চপটেষ্ট ঔষ অফিক্তৰঘম সমাগম অপৰিহাৰ্য্য। সেয়ে নহলে স্বাস্থ্যৰক্ষা মইয়ামুFে বৰ্তমানৰ সকলোখিনিৰ্দিষ্ট স্কৰিবলতওঁকোধিক আৰুশ্বান জাৰ্ষি, উপাৰ্জনৰ দায়িত্ব কিন্তু। স্বাক্ষী প্ৰণীষ্টৰ লতেই থাকিবলগবই ঘদি'এক্ষে এজনী ছোৱালী বিয়া কৰাওঁ, তেন্তে মোৰ লগতভয়ানক অশান্তি ভোগ কৰিব নালাগিব নে? ইফালে মোৰ কামতো ব্যাঘাত নজন্মিব বুলি ক'ব পাৰিব নে? |  প্ৰতিমা। এইবোৰ আপোনাৰ কল্পনাহে। মোৰ মতে শিক্ষিতা ছোৱালীয়ে সহজে নিজক অৱস্থাৰ উপযোগীকৈ গঢ়ি ল'ব পাৰে।
 মাধৱ। প্ৰকৃত শিক্ষা-পোৱাসকলে পাৰিব পাৰে, কিন্তু বৰ্ত্তমান সময়ত শিক্ষাৰ প্ৰভাবটো, ছোৱালীহঁতৰ ওপৰত যি ভাবে পৰা দেখিছোঁ, কোনোবাই মোৰ লগত খাপ খোৱাকৈ নিজৰ জীৱন গঢ়ি ল'ব পাৰিব বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ।
 প্ৰতিমা। এইটো আপোনাৰ ভুল বুলিয়েই মই কওঁ। আপুনি ঠিক যেনেকৈ চলিবলৈ দিছিল, ময়ে জানো এসময়ত তেনেকৈ চলা নাছিলোঁ?
 মাধৱ। হয়, এসময়ত চলিছিলা, কিন্তু বাধ্য-বাধকতাৰ ওপৰত। তাত আন্তৰিকতা নাছিল; সেই দেখি পিচত সি