পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুং এফেলি বন্ধোৱা হয়। তাৰ ভিতৰত, গড়গাৱৰ কাৰেংঘৰ (১) বণিঠাশ্ৰমৰ মন্দিৰ, নগ্ৰহ মন্দিৰ, মণিকৰ্ণেৰৰ মন্দিৰ, চিত্ৰাচল মন্দিৰ, নেঘেৰিটিৰ দৌল, হৰগৌৰী দেৱাল, ৰংপুৰৰ অলাতল ঘৰ (১) এই বিলাকেই এখান। তেওঁৰ দিনত মোৱামৰীয়া মহল্পই মালো পথাৰত আৰু নেমেৰিটিত সকলো শিল্প-সাম গোটাই লৈ, আধীনভাৱে শৰ পাতিৰৰ অৰ্থে, বৰভেটি বায়; আৰু তাতে এটা ভয়ঙ্কৰ বিদ্ৰোহৰ কাৰণে সিবিলাকে সকলে। আয়োলন কৰি লয়। এনে সময়তে, প্ৰায় ১৮ বছৰ ৰাজ কৰাৰ পাচত, এ ১৭৬৯ চনত, নৰিয়া পৰি মহাৰাজ ৰাজেশনিং শী কীৰ্তিচন্দ্ৰ বৰবৰুৱা:-এওঁ এজন ৰা বুদ্ধিমান আৰু সুচতুৰ ৰাজনৈতিক পু আছিল। কীৰ্তিই নিজৰ বিচক্ষণ বুজি-কৌশলৰ ৰণতে এতপক্ষে কাৰ্যত হাত নিদিয়াকৈয়ো ভালেমান মহৎ কাৰ্য্য সাধন কৰাইছিল। কীৰ্তিচন্দ্ৰ বৰুৱাই যুদ্ধক্ষেত্ৰত উপস্থিত নোহোৱাকৈয়ে ‘ল-কটা ৰণত’ জয়লাভ কৰি যা লাভ কৰে। আৰু, বৰ্গদেৱে মণিপুৰীয়া কুঁৱৰীক বিয়া কৰাওঁতে তেওঁ কটকীৰ কাৰ্য কৰি, আহোম আৰু মণিপুৰী ৰা দুইৰে বিখাসী মিত্ৰ হৈ উঠিছিল। এনে বিধৰ আৰু ভালেমান কাৰ্য কবি, পাচলৈ তেওঁ বৰ্গদেৱৰ অভিপাত প্ৰিয়পাত্ৰ হৈ উঠা, তেওঁৰ ৰাজকীয় মৰ্য্যা আৰু (১) আহোম সাটৰ এই কাৰেংঘৰ বৰা কৰি, ইন শা গুলি মাৰে শাল লোকে তাৰ হৈ, এই বুলি বনাম একাণ ছিল, ধৰ, এযেন অনোথ মিলে যায়। আমাৰ মোগল সাটৰ ৰাজ্যৰ অভুক্ত নহ'ল” এই লেখক এই না এই পুথিৰ পৰু অখ্যাত বলাই দিয়া হৈছে। | (২) আহোম আটৰ এই ভুয়া কাৰেং ৰা তলাতল এটা সামলী এ কৌশল পকীঘৰ। ইয়াৰ সমলত এতলা, ওপৰে খিৰি অল আৰু তললৈ তিনি কলা। সালৰ তলত সোলাই আপাকে বুৰিলে সে-দুৱাৰেদি ওপৰ ভিৰি ভলালৈ উঠা যা, আৰু ললাকে ও নেটি তল তিনি তললৈ না যায়। সোলাই গৈ, আশে পানি না যে বা বিৰ আহ; দৈবাৎ দিহা হলে, সোমোনা যায় ওলাবলৈ সতকা বিৰ শালাই পাণি এই মতে বাড়ি ঘুৰি থাকে। কোনো এলাকা মাছে কেতিৰ ওলাবলৈ শিৰি সেই এ যায়, এক সোমাবলৈ বিচাৰি ওলাই যে ৰে। তাৰ তৃতীয় তলাপৰ পূৰে এটা পঙালী ননা শিখো মত লাইনলৈ; উতে, কোনো এক অণ নাৰলৈ হ'লে, যে দেশি যাই ওলাই ৩টি যাব পাৰে। এনে এত কৌশলৰ অৰতৰ সি ভি। পৃথিবীৰ এন এত বা অতি যত লেখত পৰিৰৰ যোগ্য ছিল। কালৰ ৰি সমাণে পৰলৈ আহিলাকৈ দীছে মৰি যত, পলিয়ে তিনি কুৰি যত পৰিমাণৰ এটা গী এ ১৮ এৰি খোলী পীথ; অত বৰ গায় লিখি আৰু লৈল এম এ আলি। পা সিমূৰলৈকে পৰীয়াই পৰা লি এটা লৰাই সমাজে এল বি এটা ও খোটা কৰি। ঠাৎ একণা ফল এই য দি নাপাইল দিনে এ সিগ। এ িপুৰণি' যত (শিৱসাগৰ উম সমীপত) সেই নিয়ে যায় আসে এবাৰ মনে। এ ল গ ২ি প ল ল ম ঃ লেল নলা মাৰহাই পেলো পোব না এ এলাকায় একে লিৰ লা মোপ অৰ, বা e t এ লৈ গান কোনোতকো। ১১