পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ অসমৰ বুৰঞ্জী ভিজিত গাৰ এটা হোৱাত, তাৰ বেদনাতে মহাৰজা গদাধৰসিংহ গী হয় (১)। | গদাধৰসিংহ স্বৰ্গদেৱ বৰ বাহুবলী আৰু অতি ৰূপহ (১) পুৰুষ আছিল। জনশ্ৰুতি আছে যে স্বৰ্গদেৱে বৰ লৱন্ত বলিয়া হাতীকে খেদি আহোঁতে দাতত ধৰি বিমুখকৈ পঠিয়াব পাৰিছিল। তেওঁৰ ভোজনো সেই অনুপাতে প্ৰচুৰ আছিল। গদাধৰসিংহ স্বৰ্গদেৱৰ নৈতিক চৰিত্ৰও অতি উত্তম আছিল। তেওঁৰ আগে-পাচে তেওঁৰ নিচিনা বাৱান আৰু চৰিত্ৰৱান কোনো ৰজাই অসমত ৰাজৰ কৰা নাছিল। তেওঁ ৰাজদ্ৰোহী বুলি জানি, নিজক সহায় কৰাৰ ৰূলতত, শৰাৰাৰ বিৰুদ্ধে উঠা বিদ্ৰোহীৰিলাকক সমুচিত ও বিহিলে। এই কৰ্মটি যদিও এপিনে, ভাবি চালে, নিঠুৰতা আৰু অকৃতজ্ঞতাৰ চিন যেন লাগে, আনপিনে ই মনৰ ধৈৰ্য্য আৰু ৰাজোপযুক্ত দৃঢ়সংকলৰ পৰিচয় দিয়ে। বীৰবাহ গদাধৰসিংহ বৰ্গদেৱেই “অসমত মুছলমানৰ আক্ৰমণৰ অন্ত পেলায়। গদাধৰসিংহ বৰ্গদেৱৰ জীৱনত বহু অপায়-অমঙ্গল গল বুলিও, তেওঁ আনবিলাক বৰ্গদেৱতকৈ ভাগ্যৱস্ত আছিল—যাৰ ভাগ্যত মহাসতী জয়মতীৰ নিচিনা ভাৰ্য্যা লাভ, তেওঁৰ সমান ভাগ্যৱান আৰু আছে কোন। তাত বাজেও, তেওঁ বহুত | যড়যমী কু-মন্ত্ৰীৰ বিপদ-জাল কাটি, সুচাৰুৰূপে ৰাজকাৰ্য নিৰ্বাহ কৰি, আহোম স্বৰ্গদেৱসকলৰ মাজত সৰ্বোচ্চ স্থান অধিকাৰ কৰিছিল। অৰ্গদেৱ গদাধৰসিংহৰ শাৰীৰিক গঠন আৰু বল-শক্তি অনুযায়ীকৈ তেওঁৰ ভোজনো অসাধাৰণ আছিল (৩)। গদাপাণিয়ে নামনি অসমত আত্মগোপনকৈ ফুৰা কালত, মুছলমানে মাটি জৰিণ কৰা ব্যৱস্থা দেখি, তেওঁ মনতে যি শিকিছিল, সেই শিক্ষাৰ গুণেৰেই, ৰা হোৱাৰ পাচত, সদৌ অসম ৰাজ্যৰ পিয়ল শিৱসাগৰৰপৰা আৰয় কৰাইছিল; কিন্তু সেই পিয়ল সমাপন নৌহওঁতেই স্বৰ্গদেৱ গদাধৰসিংহ অকালত অগী হয়। মাটি-জোখা ৮ হতীয়া টাৰ ৰা নল' তেতিয়াৰপৰাহে ব্যৱহৃত হয়। (৪)। | (১) মহা গলাধৰসিংহ স্বগী হোৱাত, তেওঁৰ শৱটো চৰাইদেও পৰ্বতৰ ওপৰলৈ তুলি, ধুৱাই যথাবিধি সৎকাৰ কৰি, মৈদাম দিয়া হয়। সেই পৰ্বতৰ ওপৰত থকা বৃহৎ পুখুৰীটোকে শখো-পুখুৰী” দোলে। তাৰ পাচত, শিলৰ কোণা-অৰ্থ-কুণ্ড আদি আজিকো পৰ্যন্ত আছে। সেই ঠাই অতি নিন আৰু গী। চৰাইদেওত আহোমসকল আদি নগৰ আছিল। কুকু-কাটি দেও চৰোৱাৰ বাবেই সেই মাইক “চৰাইদেও" বোলা হয়। | (২) স্বৰ্গদেৱ গদাধৰসিংহৰ দেহাৰ লাৱণ্য আৰু সৌষ্ঠৱতাত মুক্ত হৈ অনেক নাৰীয়ে-পৰ্বতীয়া নাগিনী আদিত্ৰেওতেওঁত আসক্তি ৰাখিছিল। গেলেকী' বাগিচাৰ দক্ষিণদিশত এতিয়াও এখন কুঁৱৰী গও আছে। তাতে গদাধৰসিংহৰ প্ৰেমাকানিসকলে একে ঠাই হৈ ৰাস কৰিছিল। | Insaription on • cannon at Dibrugarh-King Gadodho singh, horn vanquished the Musalman at Gauhati, obtained this wespon in 10% Bak (16991 D,"sir Naward Gaitraistory of Mem, page 1. (৩) এবাদ আছে, গলামিই বৰ্গদেৱৰ প্ৰত্যেক সাজত ২৯ খন ৰঞ্জন আছিল। তাৰে সৈতে তোমত লেজৰ কৰিলি। 0) মিল }ir Edward Guits, distory of Assam, p 10