পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ্গদেৱ চুমুং বা অৰ্গনাৰায়ণ মধ্বজ স্বৰ্গদেৱৰ ৰাজত দেউৰী-চুটিয়া আৰু মিছিমিৰ বিৰোহ উঠিছিল। এই ৰাজত্বত নুখুৰখনৰ লেচাই-ডেবেৰা বৰবৰুৱা আৰু চেন বৰগোহাঞি হয়। ভেবে আগেয়ে হাজৰিকীয়া পদত আছিল; ৰাম ৰাই তেওঁক বিখাসী বন্ধু ভাৰি বৰবৰুৱা পাতি ললে। কিন্তু, দুবছৰ মাখোন ৰা কৰোতই, ভেবে বৰবৰুৱাৰ লগত ৰামসিংহ স্বৰ্গদেৱৰ মনান্তৰ ঘটে; আৰু সেই আশাতে স্বৰ্গদেৱক নৰিয়া অৱস্থাত ডেবেৰাই ধৰম নামেৰে ৰৰ এটাৰ হতুৱাই বিহু খুৱাই মাৰে। তাৰ পাচত, তিপাম-ৰা নাৰায়ণ গোহাঞিকে আদিকৰি চৈধ্য জনা ৰাজকোঁৱৰক ভেবেই চক্ৰান্তৰ ওপৰত বধ কৰালে; তাৰৰ পাচত, নাম- ৰূপীয়া ৰজাকো মৰালে। এই অনুক্ৰমে, ভেবেৰাৰ হাতত ৰামখাজ খৰ্গদেৱৰ বংশছে হোৱাত, সদৌশেহত, তুংখুঙ্গীয়া ফৈদৰ কোৱৰ এজনক তেওঁ ৰজা পাতি লয় (১)। কিন্তু, ১২ দিন মাথোন ৰাজপাট খাওঁতেই, এই তুংখুনীয়া কোৱৰজনকে অবাবত বধ কৰাই, ডেবেৰা বৰবৰুৱাই চামগুৰীয়া ফৈদৰ চুই কোৱৰক : ১৬৭৩ চনত ৰ পাতি, মোমাইতামূলী বৰবৰুৱাৰ জীয়েকক স্বৰ্গদেৱৰ বৰ-আইকুঁৱৰী পাতিলে। পিচে, চুহং স্বৰ্গদেৱে ভেবেৰা বৰবৰুৱাৰ অধৰ্ম- অত্যাচাৰ অন্ত পেলাবৰ অভিপ্ৰায়ে তেওঁক বধিবৰ উপায় চিন্তিছিল; কিন্তু স্বৰ্গদেৱৰ খাৰছাই এজনীৰ মুখে সেই কথাৰ সম্ভেদ পাই, ভেৰেই স্বৰ্গদেৱক, ডেৰমাহ মানে ৰাজপাট খাওঁতেই, গুপুত ব্যৱস্থাৰে বিহু খুৱাই মাৰিলে। তাৰ পাচত, ডেবেৰা বৰবৰুৱাই গড়গঞা ৰজাৰ নাতিয়ে তুংখুঙ্গীয়া ফৈদৰ গগাবৰ নামেৰে কোৱৰক ঔঃ ১৬৭৪ চনত ৰজা পাতি লয়। গোবৰ বগদেৱে ২০ কুৰি দিন মাথোন ৰাজপাটত বহিবলৈ পালে; তেওঁ তেৰে বৰবৰুৱাৰ মননানয়ন মতে গেৱা ৰজা কাৰণে, বাঁহগৰীয়া অতন বুঢ়াগোহাঞি ভাবীয়া প্ৰমূখ্য আনো আনো তা-ভাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-বিষয়াসকলে লগলাগি তেওঁক বধ কৰায়। সদৌশেহত, ভেবেৰা বৰবৰুৱাৰ মইমতীয় আচৰণ অসহনীয় হোৱাত, আৰু তেওঁৰ ষড়যন্ত্ৰত অকালত আৰু অবাৰত ভালেমান ৰাজকোৱৰৰ কালৰ সংঘটিত হোৱাত, বাহগৰীয়া আতন বুঢ়াগোহাঞি ভাজৰীয়াৰ নেতৃত্বত (২), বৰগোহাঞ্জি ভাজৰীয়া, লালুকমোলা বুঢ়াফুকন, পানীফুকন, খোৱা, হাজৰিকীয়া প্ৰভৃতি - বিষয়াসকলে (৩) লগলাগি চাপি গৈ, বাহগড়ত ৰণ দি, তেৰে বৰবৰা ধৰি নি, জাহাটত বধ কৰালে (০)। গোৰৰ ৰাৰ অকালমৃত্যুৰ পাচত, সেই সতে দিহিঙ্গীয়া ফৈদৰ চুজিফা কোৱৰক ৰা পতা হয়। স্বৰ্গদেৱ চুজিনাই তিনি ৰছৰ মাথোেন বাস কৰোতেই, আনো আনো তা-ভাঙ্গৰীয়া বিষয়া সকলেৰে যোগ (১) একে তুংখুঙ্গীয়া ফৈদৰ প্ৰথম ৰা বুলি ধৰা যায়। "ী যুঞ্জী"। পৃ। (২) মিল-না দুৱৰা বৰবৰুৱাৰ “তুখুৰীয়া বুৰঞ্জী, পৃষ্ঠা। (৩) "শৰাইঘাটৰ ৰণত কয়লাৰ বাৰে ইবিলাকটা বিয়া” নামেলে। (৩) “গনে অনেক কিনা কৰি যাহাটলৈ আলি আন এটাই ছেৰেক পিল নিতে জল কি টা যা গৰিল। তাৰ পাচত, টতে যেখবিলালেকে কুল। এল ভেবে তিনি আলনুন।