পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ বুৰঞ্জী তেওঁৰ নামেৰে ভালেমান আলি, পুখুৰী আদিও কৰোৱা হৈছিল। তাৰ চিন এতিয়াও উত্তৰ-লক্ষীমপুৰ মহকুমাত দেখিবলৈ পোৱা যায় (1)। শেহান্তৰত, ভা-ভাঙ্গৰীয়াসকলে নাহৰৰ অযথা ক্ষমতা সহিব নোৱাৰি চক্ৰান্ত কৰি তেওঁক বধ কৰালে। সেই আপাহতে ৰজাৰ দুয়োগৰাকী কুঁৱৰী আত্মঘাতিনী হ’ল। তাৰ পাচত, স্বৰ্গদেৱে নৰা-ৰজাৰ বৰগোহা- ঞিৰ জীয়ৰীক বিয়া কৰায়, আৰু তেওঁৰপৰা স্বৰ্গদেৱ চুখামফাই তিনিটি পুত্ৰ লাভ কৰে। লাল-গোহাঞি বিষয়াৰৰ সৃষ্টি-স্বৰ্গদেৱ চুখামাৰ ৰাজত্বত অইখোৱ। বুঢ়াগোহাঞি আৰু বলিয়া বৰপাত্ৰগোহাঞি হয়। আৰু এইজনা স্বৰ্গদেৱেই “সকাল- গগাহাঞি* বিষয় বাৰ সৃষ্টি কৰি, বৰগোহাঞি পৰিয়ালৰ লেচাইভাং বৰগোহাঞিক পোন্ প্ৰথমে লাল-গগাহাঞি খিতাপেৰে দৰগৰ শাসনকৰ্তা পাতে। গোচৰ২য় আৰু ৩য় আক্ৰমণ, আৰু নাৰায়ণপুৰত কোঠ বাপ- | চুখাফা স্বৰ্গদেৱৰ দিনত কোচ ৰাজ্যৰ যুৱৰাজ বিখ্যাত চিলাৰায়, খ্ৰী: ১৭৬২ আৰু ১৫৮৩ চনত, দুবাৰ আহোম ৰাজ্য আক্ৰমণ কৰেহি। প্ৰথমবাৰত স্বৰ্গদেৱৰ সেনাপতিয়ে তেওঁৰ সেনাবিলাকক গুণ পিন্ধাই কপিলাৰ পিঠিত তুলি ৰণলৈ পঠোৱাত, চিলাৰায়ে গোবধ আৰু ব্ৰহ্ম-বধ পাপলৈ ভয় কৰি ৰণ নিদি উলটি যায়। আহোম ৰজাৰ আনুসৰি লেকাই চেটিয়াই লগুণ গুচোৱাৰ পাচতত, সেই ছদ্মবেশী ব্ৰাহ্মণ সেনাবিলাকৰ কোনো কোনোৱে গুপুতে শগুণ পিন্ধি ব্ৰাহ্মণৰ বেশেৰেই থাকিল। তাৰে আঠঘৰ বামুণৰ নামৰ শেহত “আল” প্ৰত্যয় লগাই চি থোৱা হৈছিল (২), কিন্তু আজিকালি সেই আল ভোটা হৈ, সেই চিন মৰিবলৈ ধৰিছে। চিলাৰায়ে নিজৰ দেশলৈ উলটি মোৱাৰ পাচত, আহোম ৰজাৰ সেনাপতিয়ে সেইদৰে ভুৱা দিয়াটো বুজিব পাৰি, পুনৰায় তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰিলেহি। পাচে, কেইজনমান বিষয়াৰ লৰাৰে সৈতে, হিনিনা গোহাঞি-ভাঙ্গৰীয়াৰ পুতেক তিনিজনক লগ-কৰি দি, সন্ধিৰ প্ৰস্তাৱ কৰাত, চিলাৰায় তাতে মাস্তি হৈ নিজ দেশলৈ উলটিল, কিন্তু বৰগোহাঞিৰ ঘৈণী নাবৰু গাভৰুৱে তাত মাস্তি নহৈ পুতেক ত্যাউপেতক কাঢ়ি লৈ যোৱাত (৩), তেওঁৰ সলনি স্বৰ্গদেৱৰ ভায়েক চুগাম কোৱৰক পঠোৱ হয় (॥ সেই আলমতে নাৰায়ণপুৰত কোচৰজাৰ কোঠ এটা নিগাজীকৈ পতা হ'ল। তাৰ পাচত, জী: ১৫৮৫ চনত, কোচ ৰজা লক্ষ্মী- নাৰায়ণে তেওঁৰ সৱলা নামে'ৰ জীয়েকক চুখামফ। স্বৰ্গদেৱলৈ বিয়া দি মিত্ৰতা কৰে। (১) উত্তৰ-লক্ষীমপুৰত ৰকাৰী মৌজাৰ ন-কাৰী গাঁৱৰ আগফালৰ পথাৰত “নাহৰপুখুৰী আৰু চুলিকাৰী মৌজা নাহৰৰ জোৰে নামেৰে মোৰ “জে পুখী” এক্সিও আছে। (২) “কানা তামুলীফুৰ বুৰঞ্জী, ৩৩ পৃষ্ঠা; মায়বাহাদুৰ পূৰকুমাৰ ভূঞ সম্পাষিত যাৰা "আসা [ী”,০২ পৃষ্ঠা। | ৩) পোয় বৈী নাৰ গাত বিজীয়া জাৰ জীয়েক, খোবাৰ পেহীয়ে। গৰু এল পুতেক দি লৈ গ-োৰ পোৰু দেশলৈ কল দিম, মিতি। কোচতে ক খলিল, যা না কি? -ভাব নে কি? কি নো গাঞি? হতে মেলি এই মণ কৰি চাও। অত টু, চোল, বিলকুৰ মাও পিঞ্জি কোচ যুদ্ধ কৰে। লিঙ্গ নে অপু এতেকে যোক আমি। ” -“ জেই অসম বুখী", পম। | (১) পাট কোট বা কোলে 'চুম। পা ফেলল। এইবুলি পা দিলে। প, চুৰ কোৱৰে বি চল পালা জিকিল। এচাল বেশ ল। এনেতে বা আই