পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কইদ, s. বন্দিকৈ থোআ, বন্ধা, imprisonnment, confinement. কইদি, এ. ফাটেকিয়াল মানুহ, বন্দিয়াৰ, one who is placod in arrest, a prIsomer, a captive. কইব, s. চৰাই এবিধ, a species of bird, the name of a tree. কওক৫. বোলোক, কোআ, কবলৈ দিয়া, speak, say, (honorific) , কনs. ক্রিষ্ণৰ মোমাএক, মথৰা দেসব পূর্ব বজাৰ নাম, the name of Khrishnu's maternal uncle, the king of Mohura. কইট, ৪. পিৰালিৰ দাতি, পানি পোতাৰ ওচৰ; মহ পোআলিৰ মুখত বান্ধি দিয়া জোটা সলা, the outer side of the embankment of a house, a muzzle to prevent calves from sucking কঁকাআ, a. কঁকালৰ সমান, up to the waist. ককাল, s. কঙ্কাল, সবিলৰ সো মাজ ভাগ, the loins, the waist, the middle. ককালি, ও ককালত পিন্ধা কটি সুত্ৰ, টঙ্গালি, a cord or ornamented band worn around the waist. ককিলা৪. দিঘল মাচ এবিধ, a species of fish কফিলাদা, s. ককিলা মাচৰ দি ঘল দাৰ, the snout of the domaila fish ককিলামডিয়া, a. পিল্লাপিলিয়া গা, গা নাইকিয়া, লেঙ্গপেঙ্গা কৰে, long and clender ike the snout of the abore fish, spindling, ককুআ, . সুঙ্গ থকা ধান এবিধ, a kind of rice. কটলা, । ৪. কেঁটেলা পহু, বাহ কাঠৰ আগি গুডউআ, a porcupine, trim• ming, pruning, etraitening out the feathers as a bird, কটালি, । ৮. বৰ। লি সসলিয়া কৰি, পানিৰ তলব বন, to prunc, to trim, to snooth; s. a species of grass. কটিতৰি, s. জালোআ, মাচ বেচা ডোম, a fish-monger, a fisherman. কটিয়াই, ৬. কব তপিনাত আচাৰিৰে খোচাই, মুখত হেচি গুউআl, to urge forward with a goad, to force any thing into the nouth. কটিয়া, a. সৰু হৈ থকাচুটি, চাপৰ, stunted, dwarfed. কঠাল, ৪, ফল এবিধ, কণ্টকি, the jacktree and fruit. কতবা, a. চেকি ৰখা খুটা, জয়ন্তী কচাৰি ৰজাৰ মোহৰ, the post of a pedal used in cleaning rice, a coin of the Cachari kings. কথ, s. খদিৰ গচৰ ঐঠা, a species of gum. কথা, s. ফটা কানিৰে সিয়৷ নিহালি, a quilt made of several thick- nesses of old cloth. কপজৰ, s. কঁপনি জৰ, an ague and fever. কঁপনি, s. ৰূপা, থিৰ নোহোআ, a shaking, a trembling. কপলিয়াa. কপালি, মুখি, fortunate, lucky, prosperous, happy.