পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৫৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোট। 5.0 সোঅৰা, a. । মনত কৰা, স্মৰন কৰাremembered, recollected, called to mind; s. the act of remembering &c. সোঅৰাই, 0. মনত পেলাই, স্মৰন কৰাইmind, , to put in to remind. সোআহ, ৯. সিধান্ত, গোচব বা মেলৰ নিপতিত্ব দিয়৷ সিদ্ধান্ত, খ্যাতিৰ চিন বিমেস, a decision or final answer, the settlement of a ques tion or matter of dispute. সোট, ৪. প্রতিফল, উপকাৰ বা অপকাৰৰ বাবে উপকাৰ বা অপকাৰ কৰা recompense, retaliation, the giving like for like মোট iোঅৰোআ, ৪. প্রতিফল দিয়া, আপাহ তোলা, the rendering of recompense, retaliating, taking revenge. সোত, s.া পানিৰ বেগ, স্রোত, নাকৰ সেজুন উলিউআত উঠা সবদ, a cur rent, a strean, the noise made in enmting and in blowing the nose সোতা, s. বৰ নৈৰ সাখা, পানিৰ ধাৰ, the branch of a river, a creek. সো পাক, s. সে। হাতলৈ ঘু উআ৷ পাক, a turning or screwing to the right. সে1 ফাল, s. বাঁও ফালৰ আন ফাল, দখিন ফাস, to right side in opposition to the left side সে। বয়স, s. সম বয়স, মাজ বয়স, middle age. সে। মাস, s. ঠিক ব৷ সম মাজ, the exact centro or middle. সে৷ সৰিলে, ad. সৰিলে সৈতে, সসৰিলেৰে, with the whole body, in person, bodily. সো হাত, s. ৰাও হাতৰ আন হাত, দখিন হাত, to right hand . সোক, s. সন্তাপ, মনৰ দখ, অনুতাপ, grief, sorrow or distress of unind, woc. সোকতে বিয়াকুল, সোকেৰে আঙুৰ, overwhelmed with সোকাতুৰ, } grief, exceedingly sorrow ful. সোকোতা, s. তিত৷ মৰাৰ সুকান পাত, the dried leaves of the henmp plant, সোগ, s. অসন্তোস, বিতুষ্টি, আনৰ সমানে বা মনৰ ইচ৷ মতে নোপোয়াত কৰা বেজাৰ, an offence taken, pique, umbrage. সোগোনা, a. সুগিয়া, (বুৰ,) dissatisfied, woe-begone, a tern of abuse applied to old men, সোগোৰ। চাউল, ৪. আ৷ চাউল, rice suitable for boiling. সোটমোট, a. মুচৰি সামৰি সোপা কৰা, crumpled, drawn into a heap, wrinkled. সোটা, s. ধান খেৰ আদিৰে সজ। বাহনি বিসেস, সাই সৰ। জতন, a broom madc of straw or latch 71