পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 ৰেঙ্গ ৰুদ্ৰাখ্যS. মল। টুথ এবিধ গচৰ গুটি, a sced used in making rosarios. ৰুধিৰ, s. । তেজ, সোনিত| blood. ন, s. পাৰ কপৌ আদিৰ মাত, the cooing of doves or pigeons. ৰুণুজুন, ৪. জুনজুন জানজান সব্দ, a tinkling or clattering sound. ন্দিখুন্দি, ad. দবনিকৈ, বৰকৈ, অতিসই ৰুপে, luxuriously, voluptu. ously, as of eating to satiety. ৰূপ, s. ৰজত, টকাআক্রিতি, সোভা, নিচিনাsilver, a coin, a rupee; shape, form, mode, manner ; in composition, as the last member of a word, like, resembling; with ধৰি, to assume a form, to becone incarnate; with মাৰি, to coin noney. ৰুপতাs. এবিধ সৰু মাচ, a species of small fish. কপৱতি, a. স্বদৰি, সুঅনি, ৰুপহি, fam. elegant, beautiful, handsome, having a beautiful form or figure. ৰূপহ, a. সুন্দৰ, বিতোপন, চিকোন, beautiful, good, nice. ৰুপহি, a. কপৱতি, সুন্দৰি, সুঅনি, বাও ধান এবিধ, fem. of the above; s. a species of paddy. পিত a. সালিতলি, ৰোআতিৰোপন কৰা, planted; s. rice land. পুআলি, a. ৰুপৰ, ৰূপেৰে কৰাপালি, made of silver . ৰূপে, afiz, ক্রিয়াবিসেসনৰ পৰবৰ্তি সবদ, দৰে, ভাৱে, নিচিনাকৈ, an adverbial afix signifying in this manner, thus. ৰু অনি, s. সোত পানিৰ খলকনিৰ সব্দ, the roaring sound of water. ৰেওআ1, s. অলঙ্কাৰত গুনাৰে ঘনকৈ পতা সিৰ বা গুট, বালি চটৰ সিৰ ব। খাপ, filigree work, a sand shingle. ৰেওআ৷ পতাa. অলঙ্কাৰত ঘনকৈ গনা টন। ব৷ সিৰ পত, ornamented with filigree work. ৰেকৰেকাই, ৮. টেটেকাই, বলকি, বেকবেকাই, to talk in a loud and boIsteros manner. , ৰেখা, s. আঁক, হ্রাচ, চিন, a linea nark, a streak, a stripe; in Geography, lines of ILatitude and Longitude. ৰেঘ, ৪.) এযিধ জাল, a kind of large fishing net ৰেঘ, ৪. কঁপালত লোআ পথালি ফোট, চিন, আঁচa hindoo sectarian frontal mark, a line, a mark. বেঙ্গৰেঙ্গকৰে, ad. কুকুবে সুকা মাতৰ দৰে, ইফালে সিফালে দেখা সেবেঙ্গা, the barking of a dog, a harsh voice. ৰেঙ্গৰেঙ্গি, a. কুকুৰৰ দৰ হাই কৰ৷ (স্ত্রি ), having a harsh voicefe . ৰেঙ্গ ৰেঙ্গিয়া, a. । সেৰেঙ্গা, তনু, of loose texture, haring interstices.