পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজ W ৰাওমুআ, a. কুলখ্যনিয়া, চকুৰ নামনিলৈকে ফোট বৈ অহা, (ঘোঁৰা গৰু। আদি,) quarrelsome; having a bad mark or sign, ( applied to cattle. ) বাওৰাও কৰে, adl. বৰ সবাদৰে, with a loud sound or as of many voices in concert, loudly. ৰাচ, ৪. তাতৰ সুতা৷ সুমাই বোআ বাহৰ জতন, the reed of a native loonm. ৰাচপাত, s. এবিধ বোলৰ ত্ৰিন, a species of grass used in dyeing red. ৰাখি, ৪. ৰক্ষ। কৰি, তা বি, পালি, থৈ, চৰাই, to keep, to preserve. ৰাখোন, s. see বস্থা. ৰাখ্যম, ৩. মানুহ আদি থোআ লোক, a cannibal, a gormandizer, a glutton, a monster. বাধ্যমি, ৪. ৰাইকহনি, femof the above ৰাগ, ৪. গিতৰ । সব, যৱ, থং, a une, a note or musical measure ; বি or তুমি, to pitch a tone or lea singing ৰাগি, s. মন আদি দৰ্যৰ জাস, ৰতি, আসক্তি, the intoxicating quality । of spirituous liquors or drugs; attachment; with ধৰ, a. in: toxicating, exciting. ৰাগিয়াল, , মদ কামি আলি ৰাগি থকা বস্তু থোআ লোক, ৰাগি থকা মতলিয়া, addicted to the use of itoxicating drugs or spirits intoxicating, stimulating ৰাঘবৰালি, s. । বৰ বৰালি মা5, a species of fish, (Silurus Piorius.) ৰাঙ্গ, s. ধাতু বিসেসতামোল খাওঁতে মুখত ধৰা বনtin, pewter; the color of tamal apitle. ৰাজ কুৎ, . এবিধ বনৰিয়া৷ হিংসক কুকুব, a wolf, a wild dog. ৰাঙ্গঢালি, এ. বলুআল, চলকটা(খ্রি, ) volatile. licly, fickie, (fen.) বঙ্গপতl, a. বৰন খুউঅ1 অতি পাতল ৰাজ, tin•fol বাঙ্গৰৈয়াal. পিপিব কৰে,ৰিঙ্গৰিঙ্গিয়া, পাতন, very, applied to thinness ৰাঙ্গল, s. এবিধ ৰঙ্গা ফুল, a species of redl flower. ৰাঙ্গলি, ৰঙ্গাববনিয়া, ৰঙ্গালি, redl unintell ghted up. ৰাজ, ৪. বঙ্গ1 বা ৰাইজ, ৰজাৰ সমন্বিয়, a prince, a king ; এ. royal, king " ly; used generally in comp. with other nounsas খন ৰাজ i. e. the king of juetice, or the just king; বাজ কিবিটি, the kingly crown; বাজ অ!গ্যI, a royal mandate &c. ৰাজক, s.) ৰাজস্ব, খাজানা, revenue, tribute, taxes. ৰাজকন্য, । ৩. ৰজাব দুহিত্রি, আইদেও, a princess, a king's daughter. ৰাজ কুমাৰি, 9