পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বস। গাৰি বিসেস, a carriage, a chariot, a car, a wheeled vehicle. ৰথজাত্রাs. জগন্নাথৰ ৰ থ টন। উচও, the festival of Juggernaut ৰথি, s. ৰথত উঠি ফৰা বা ৰন কৰ৷ লোক, a charioteer &c. বদ, s. সুৰ্জৰ কিৰন বা তাপ, solar heat, sunshine; with দি, to shine. ৰদ ঘাই, s. বৰকৈ ৰদ পৰা ঠাই, a hot sunny place. ৰদাই, . বদত দি, সউৰ তাপত মুকুআই, to sum ; to dry in the sun. ৰদ আl, a. ৰদত দিয়া, সুজৰ তাপত সুকুউআl, sunned; sunning &c. ৰন, s. জুধ, বিগহ, সমৰ, সৰগমwar, battle, conflicta fight, contest. বনঘোঁৰা, s. হিলৈৰ মুখৰ ঘোৰা, the hammer of a gun-lock. বনজেউতি, s. বনৰ উsাহ, the excitement or enthusiasm of battle. ৰনমিঙ্গ। , s. ৰনৰ বিলa war trunpet, a bugle, a war conch. বনুআ, বন কৰোত, জুধাৰু, বন সমন্বিয়, a soldier ; a. relating to war. s. সিদ্ধ কৰাসিজোআ, the preparation of food, cookery. বন্ধ, ৰ দ্বাই, ৮. সিজু আইলোকৰ হ‘অই সিন্ধ কৰাই, to cause to cook &c. ৰবি, . সুড, বেলি, the st ৰবিবাৰ, ৪. দেওবাৰ, সপ্তাহৰ প্ৰথম বাৰ, it. the sun's day or Sunday ৰভা৪. বৰ চালি, নকৈ সজা খয়েকিয়া মতা ঘৰ, এবিধ কচাৰি জাতি, a temporary house prepared with one roof. ৰম, ৪. নিল ব৷ তাৰ গs, indigo or the plant. ৰমকজমক, a. বিভসিত, সোভিত, dressy, showy, wearing ornaments &c. ৰমন, s. ক্রিডাসিলাsport, play, sensual pleasure. ৰমনি, ৪. ছি, ভায়n, কমিনি, তিৰোতা, a wife, a beautiful onan. ৰমবমনি, ৪. জালক আদিৰ পোৱনি, the barning sensation or taste produced by spices and aronetic substances, ৰমৰমাই, ৪. জলাৰ পোৰনি এ ধৰি, to feel the above. ৰমলিয়াই, ৮. অধিক কাউৰিএ কা কা কৰি, বটি, to make a loud caw. ing sound, ( as a fock of crows. বমাপুৰি, a. উতম মনোহৰ ঠাই, ভাল ঠাই, pleasant, agreeable, attractive; a delightful place ৰম, a. সুন্দৰ, মনোহৰ, agreeable, pleasing, charming, lovely. ৰ-লগা, a. টক লগা, চাই ৰৈ থকা, fastened to a spot, enchanted. ৰস, . ৰহ, সতজোল, সোআদ, ৬ অঞ্চ, এবিধ ধাতু বিসেস, juice, liquid, fuid, sap; taste, favor, Savor cernal pleasure iterary taste or sentiment; used also for the numeral six. ৰসাতল, . পাতালৰ সপ্তম ভাগ, the lowest of the seven hindoo hells. .