পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

463 মুচা, s. অচেতন, মুকচ, syncope, fainting, a swoon, insensibility. মুচিত, a. মুচকচ, বিগ্যান হৈ পৰ, অচেতন হোআ, fainted, sooned. মৰ্জাই মৰ্জাই, ad. বৰকৈ খটিয়াই, মভ কুআই থাকি, অনেক বাৰ কৈ থাকি, repeatedly, as speaking, driving or urging to work. মুভি, ৪. আকাৰ, ৰূপ, প্রতিমা, form, shape, an idol, a statue, an in age a likeness, a resemblance. মতিমন্ত, a. আকাৰ থক, সাকাৰ, বৰ পাৰ্গত, খঙ্গত জলন্ত হোআ1, মুর্তিমান, 9 embodied, having a visible or corporeal form, personified. মফ লা, s. বন এবিধ, a species of grass. মুহ1, s . কটা গঢব গুৰি , এবিধ বেঁতৰ বাহৰ কৰ অসন, the stump of a tree, reed or bamboo ; a stool made of bamboo and cane. মুহানি, ৪. অনেক মহা থকা ঠাই, a place abounding with stumps. মুলs. সিপা, আল, ৰি, আদি কাৰন, প্রধান, a root, origin, cause, source ; a. principal, original মল কাৰন, s. আদি কাৰন, the first cause. মূল ধন, s. সুত পাবলৈ দিয়া ধন, আচল ধন, capital, stock in trade. মলা, s. আল ধৰা এবিধ সাক, উনৈচ নক্ষত্র, a raddish ; the nineteenth stellar mansion. মুলেমূলে, ad. মুল ধনৰ বা জোখৰ সমানে, তাধিক নহৈ, at the original cost without interest or gain. মল্য, ৪. বেচ, দৰ, ভাও, cost, price, value, মহি, ৯. মোহ কৰি, বঞ্চি, to charm, to captivate, to fascinate, to de. lade, to impose upon. মুহিত, . মোহ হোআ, বিহবল হোআ, delnded, charmed, infatuated &c . মুহুর্ত, ৪. খেনেক, সোনকাল, দিনৰ পোন্ধেৰ ভাগৰ এভাগ, a very মছতক, short space of time. মুহুর্তে, ) ad. সিঘে, বেগতে, ততালিকে, quickly, in a very short মহুততে, space of time. মুহুদি, ৪) ভোজনৰ পচে মুখ সুধ কৰা৷ তামোল আদি দ্রব্য, anything used to sweeten the breath after eating. মেকাহি, s. এবিধ গচ আৰু তাৰ এাঁঠা, a species of tree and its gum, from which a valuable varnish is made মেকুৰি, ৪. বিৰালি, a cat. মেকুৰিখুজিআI, • গা ধৰিবলৈ লৰাৰ গাত ধৰা চিন বিসেস, a dimple. মেকুৰিচালি, ৪ , এবিধ লত৷ আৰু তাৰ চাল, a species of vine and its bark, used sometimes as a substitute for tamul pan