পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4.4 মখ মহিমা, s. প্রভাও, ঐস্বৰ্জ্যপ্রতাপ, greatness, glory, najesty , dignity. মহিয়াa. সিকিটিয়া, মাহৰ সমন্ধিয়, ৰুপৰ কমিস্যন, of the value of four annas; pertaining to a mot মহিসিৰ , s. চাৰ ঘৈনি, কাঁঅৰি, পটে স্বৰি, a queen consort. মহুৰাs. পালেঙ্গ আদিৰ বেৰত দিয৷ কাঠৰ চুঙ্গ। বিসেস, কাপৰ ববলৈ ইক- ৰাৰ কাঠিত মেৰোআ সূতl, the rods of a bed railing; a quill or reed on which thread is wound for the shuttle in eaving. মহেন্দ্ৰ, s. see ইন্দ্ৰ, মহেস, s. সদাসি ৱ, মহাদেৱ, an epithet of IIiwo মহেস্বৰি, s. দর্গা, Durga. মহোতৃচও, s. প্রধান উতচও বা পর্ব, a great festival. মাই, s. মোমায়েকৰ ঘৈনি, a maternal uncle's wife. মাইকাঠি, s. জাঁতৰৰ ঘিলাৰ মাজৰ বাৰি, মনি কাঠি, the axis or axle of a native spinning wheel. মাইকি, s.া তিৰি, স্ত্ৰি, মাক, a woman, a mother; a. female. মাইকি পোআলি, s. মাক আৰু সন্তান, টকা বা মোহৰ আদি মৰ। সা5, a mother and her children, a die for stamping coin. মাইগুটিয়া, s. এবিধ ধান, a species of paddy. মাইগোম, s. ৷ এবিধ মিকিৰৰ ধান, a species of Mikir paddy. মাইহাঙ্গ, s. ৰজা৷ আদিএ ভাত খোআ সোন অ।দি ৰ পাত্র বিসেস, a kind of gold or silver plate used only by the king and his robles. মাউখ, ৪. বেলেগ নোহোআকৈ থকা পৰিয়াল আদি, a family group, a club. মাউখাপাতি, 0. একে লগে থাকি, to dwell together. মাউত, s. হাতি ৰখিয়া, an elephant driver. মাউৰ, s. জহনি ৰোগ, মৰক, the cholera, pestilence. মাউৰা, s. মাক বাপেক মৰা, পিত্ৰি মাত্ৰি হিন, an orphan, deprived of one or both parents ; a. orphan, bereft. মাংস, s. see মঙ্গহ. মাকতজাবৰাঙ্গৰ গচ, এবিধ ঔষধিয় গচ বা৷ গুটি, a species of medi cinal tree and its fruits. J০ ০ে গুত৷ মাকৰ, ৪. মাঘি সপ্তমি তিথি, a festival held on the seventh day of the moons increase in the unonth of agh মাকৰিঘিলা৪. ক্লসধিয় সৰু ঘিল৷ এবিধ আৰু তাৰ গচ, a large climb. ing shrub and its seed, ( Dalbergia larginata.) মাকে', s. তাতৰ মহুৰ। ভৰ। ই বোআ কাঠৰ জতন, a wearer's shuttle. মাখন, s. গাখিৰৰ মথা সৰ, butter.