পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভেমে ভেজাই, ৬. পানি আদিৰে মাজলৈকে তিতাই বা সৰকাই, তপত পানিত cকঁচা পানি মিহলাই, দুব্যত আন বস্তু ভাজ দি, to cause to be thoroughly saturated, to temper hot water by add g cold. মেজি, 0. ভিজি, তিতি, পানি আা দিৰে ভেদি, to wet, to soalk, to saturate. ভেটভেটিয়া, a. বৰকৈ কোমলাভেটেঙ্গাপানি সোমাই ওফোন্দানিস্তেজ, উখহাৰ দৰে হোআ, soft. saturated, swollen by moisture, pale, faccid. ভেটেঙ্গা, a. see, ভেরভেটিয়া, ভেদ, ৪. ভিন, প্ৰিথক, বেলেগ, পেট বোআ, separation, distinction, difference, dissimilarity ; a purging by stool. ভেদাভেদ, . অর্থ সংগাবে প্রকাস কৰি, ভেন আৰু অভেদ, ভিন অভিন, s মিল অমিল, agreement and disagreement, differences. ভেদি, ৪. ভেজি, মাক্সলৈকে সোমাই, সবকি, to penetrate, to pierce ভেদেলি লতা, । s. এবিধ উসধিয় লতা, a species of nedicinal rine. ভেদাই লত1, ভেনভেননি, বৰ মাখি আদিৰ কোনকোননি মাত, any buzzing sound. ভেনভেনাই, 0. মাখি আনি এ কোনকোনাই, to buzz . উতলত উঠা মলি, তেৰ, গেদেৰি, the froth or scum that ভেবেব, 8 rises on the surface of heated liquore. তেবা৫. আজলাএকে৷ মইনা, নেপাই মুখলৈ চাই থকা, ভূ হে ভেবুআ19 হোআ, dull, stupid, in a maze. ভেম, ৩. গপ, অহঙ্কাৰ, আয়ম, pride, arrogance, affectation, coceit. ভেমেটাডেমেsি, a. ট্ৰেকাবেকি, হেটামেচ, bent, having several curves. তেৰ, a. see ভেৰে. ভেৰনি, . হোনি, গেৰেকনি, সৰহ ভেৰ থকা ঠাই, a morass, a fen, a filthy place . ভে ৰাউলি, 3. see ডেবোন ভেৰাকুটি, ভৰকুটি, ধেমালিত ভাও ধৰা, jocosity, mirthfulness. ভোকুটিয়া, a. ধেমেলিয়া, কুটি কথা কোঅl, jocose, playful. ভেবেহা, a. আটিল নোহোআ, চিলা, soft, labby, faccid. ভেৰোন, s. নাও ঘৰ আদিৰ মাসিক বেচ, hire, ret ভেৰোনিয়া, a. ভেৰোনে দিয়া, ভেৰোন লগা, hired, rented. ভেভে ৰ কৰে, ।ভেবেৰৰ দব, গেলাবোকাৰ দবে, soft, rotten, put ভেভে ৰিয়। , trid, slushy, marshy. ভের্মে ঠিয়াই, ০. একে কথাকে বিৰোধ ভাৱে বাৰে বাৰে কৈ থাকি, ঠেহে ৰ৷ ঠেহেৰি কবি, to speak in an angry fault finding manner, to grunmble, to complain. 56