পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৩৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাচআই, ৬. পাচ পেলাই, হোহোকাই, to leave in the rear, to put back, to cause to stand back. পাচে, | ad. পিচে, অন্তত, আগলৈ, behindl, afterwards, after, subse : পাচেকৈ, quently. পাচে পাsে, ad. লগে লগে, পিচে পিচেclose behind, after. পাজৰি, s. দাতি, কোস, the edge, the margin. পাৰি৪. চৌপট খেলৰ লেখ বিসেস, a game resembling dice. পাট, s. কাঠৰ চেপেটাচলা এবিধ পলুৰ সুতাa board, the পাতল silk of the mulberry silk worm. পাটপটম্বৰ, পাট াৰ কাপ, silk woven fron the above. পাট নগৰ, a. কাঠৰ পাট আদিৰে সজ বজাৰ বাহৰ, সক নগৰ, a tem porary residence of the king. পাটনাদ, s. মাটিৰ পাট খুউতা বা পকি কৰ। নাদ, a walled up well. পাটপল, . পাট সুতা দিয়া৷ পোক, the mulberry silk worm. পাটানি, ৪. বজাৰ প্ৰধান হৈনি, পটেৰিa queen consort পাটলি, । ৪. মেখেলা আদিৰ সিয়। পাতি, a broad hen in the bottom পাটলি, of a garment. পাটি, 2. আসন বিমেস, সভাত পৰ। মিডল ঢাৰি, a kind of fine mat, পাটিচৰাa. পাটি দিয়া আমন বিসেম, a citing at. পাটিদৈ, ৭. পাটি সজ্ঞা ত্রিন, grass of which the above is made পাটিসোৱ1, 2. এবিধ গচ, a species of tree, পাটুআ, s. ন্ত, উপমা, an illustration, an example, a comparison পাটোআৰি, s. টেকেৰিৰ বিসয়: ৰ কাকতি, a collector of revenue. পাটোন পৰাa. লোকৰ উপয়। দিয়া, a comparison of any two things. পাঠ, ৪. পহীঅধ্যয়ন, এবেলি পহোআৰ ভাগ, a reading, a perusal পাঠক, s. ডি পাঠ কৰে, পাঠ কৰোতা, a reader, পাঠকৰা, s. পহা, পুথি আদি মত , a readling, a recital, a lesson. পাঠবহোআ, a. কথ। বহোআ, enlargedl, exaggeratetl; s. adding to a text or lesson, exaggeration পাঠমালি, ৬. ৪ee পহানালি, a school house. পাঠান, ৪. মচলমানৰ এক জাত, a mahomedan sect. পাণ্ডব, . পা বজাৰ পুত্ৰ, the descendents of Pandoo Raja. পাও1, s . দেৱালয়ব পুজাবি, an attendant or priest of an idol temple. পা, ৪. কুক বগা হালধিয়া বৰনthe of বৎসৰ , মিহলি , name an ancient king of Iostinapur or Delhi: father of the Pandora princes ; s. pale.