পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টঙ্গ। ডোখৰ ডোখৰ, । ad. খণ্ড খণ্ডথুতুৰাথুতুব, I y pieces, in small ডোখৰ ডোখৰকৈ, y partitions, parcels or bits. ডোঙ্গ, s. খোল, খাল পৰা ঠাই, a hollow or low place. ডোঙ্গা, s. তাকৰ পানি ৰোআ ঠাই, কলাপটুয়াৰ খোল, a puddle, a place of standing water, an extempoized dish of the plantain stalk. ডেঙ্গিাডোঙ্গি, ad. তাকৰ তাকব পানিৰ ঠাই, places of standing water. ডোব, s. ডুবি, নদিৰ দ কুহ, পানি ৰোআ খাল, মাটিৰ ডৰা, a pond, a standing water. ডোবাডোব, ad. ভাগ ভাগ, চিটাচিট, parceled out, divided ডোবোলাভোবোল, ১ into sections. ডোম, s. । জালোআ, মাচ মৰিয়৷ জাত, a fisherman, a caste of people. ডোৰাকানি, s. ফাটি ওলোমা কাপৰ, a cloth tor or worn to shreds. ডোল, s. জৰি, লেজু, পঘা আদি, a string, a rope, a cord. ডোলাই, 3. ডোল লগাই বান্ধি, to attach cords for the purpose of binding, suspending or carrying , ঢকাৰ, সৰহিয়াকৈ একে বাৰে জোখা, জোখ, this leter is the aspeate of ৬ and is sounded like ah, in good hope with মাৰুি, to weigh or measure in tre gross. ঢক, s. দাহ, সবদ, ৰচি, sooning, fainting; rumour. ঢকেধৰা, ও দাহে ধৰাজৰ তাপ আদিত বিমুৰ্চিত হোআ, the being liezed with faintness or swooning মাত উঠি ঢকটককৰে, ad. কলহৰ পানি বকাত , fowing with a purling or gurging sound. ঢকফুটা৪. ৰঢ়ি উঠা, কথা ওলোআ, a rumour, report. ঢকা, ৪. ^ ঢাকি থোআ, হাতৰ চাপৰ, the act of covering ; a slap or blow with the open palm ; a. covered. ঢকাডিঙ্গৰা, ৪. গৰু আদিৰ পেট উখহা ৰোগ, infamation of the bowels ঢকামৰা৪. হাতেৰে চাপৰ মৰ1, striking with the open hand. ঢকিয়াই, J. ঢকা মাৰি, ঢাপৰ মাৰি, to strike with the open palm ঢকিসকিকৈ, ad. ঘনকৈ কটাথকাসৰকাকৈ কাপৰ আদিৰ বল মৰা, thickly gashed or hacked; badly worix, as applied to cloth. চকুআ, a. তামোল আদিৰ পাতৰ ঠাৰিৰ বৌখা, a sheath or membrane এd gবত investing the young leaf or branch of of palm. চঙ্গা, a. সস্য আদিৰ অধিক বস হোআ বা মেৰসেবিয়া, lcan, thin, poor, imperfect applied to grain and fruits,