পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টেঙ্গ। ] it 0 ওN = ০ টনি, s. এবিধ সৰু চৰাই, a species of small bird. টুপ, ৪ আগ ঘৰ, জ.পি আদিৰ, মূৰ, নৈৰ চকিয়া বলুকা, a high projecting point; a gh sand bank is the bend of rivers, টপটপিয়া, a. ৰসাল মুখ, ৰস থকা, moist; applied to the month. টুপলি, s. সৰু টোপোল, a very small bundle. টপাই, o. টপ খআই, টুপ লগাই, to tip, to sharpen to a point. টুপাই বুৰ মৰা, s. সমূলি মিচ। মতl, the utterance of downright falsehood. টুপি, s. মুৰত পিন্ধা বস্তু, এটোপা, a cap, a hat; a drop of liquid. টপিওতআ, s. টোপাটোপে পৰা, মাচে বৰখিত খেMটিা, the falling in drops ; dripping: the nibbling of fish at bait. টপিটপি, alএটোপা এটোপা, in drops. টপিয়াই, J. টোপাটোপে পৰি, মাচে বৰখিত যুঁটি, to drip, to nibble &c. টমনি, ও নাদিএ পেলোআ চাপৰি, a high sand bank. টুমনিটামনি, a. চুটিচাপৰ, দেখিবলৈ ভাল, স্কুট টিয়া, well proportioned. টলটলিয়া, a. পেট পূৰ হোআ, পু, বৰকৈ পকা, fullfully ripe টুলুঙ্গভুলুঙ্গ, a. নাৰে কতিয়কতি হোআ, টলঙ্গ ভলঙ্গ, swaying to and fro ; rocking, ( as a boat.) টেইটুকি, ad. কথমপি, মূৰে মূৰে, barely, just sufficient. টে টনি, s. মহৰ মাত, টেটোআ, the bellowing of buffaloes . টেস্পট, s. ডিঙ্গি, নেল, the throat. টেটুতl, s. ডিঙ্গিত চেপা খাই ধৰ', tight about the neck, choking, strangling টেটোআ1, s. মহে টে'টনি মৰা, দিবলৈ ব কৰিবলৈ টান পোআ, the 'ballowins of buffaloes reluctance in doing or giving টেৱ1, s. নিচেই কেতাই কন্দা সব্দ, the cry of a new born child টেক, s. নৈৰ মেচৰৰ ম' , the middle of a bend in_a river. টেকটেকনি, s. মাইকি হাহৰ মাত, খঙ্গেৰে ঘনে কৈ থক। কথাthe quack ing of ducks; continual angry dispatation টেকেলাs. ^ দত, a messenger. টেকেলাববা, s. টেকেলাৰ বিসয়l, an officer over twenty texclas. টেকেলি, s. মাটিৰ ডিঙ্গি থকা সৰু পতি, a small earthern water jar. টেক্সটেঙ্গাই, জেঙ্গজে গাই থাকি, to scold, to speak crossly. টেঙ্গৰ, ৫. বুধিয়ক, চতুব, ফন্দিয়ক, wild, shy , cunning. টেপ ৰালি, টে সা, a. অন্ন ৰস বিসেস, sour, acid, cutting ; s. acid fruit. টেঙ্গাপানি, ৪. পিত পানি, কুঁহিয়াৰ আদি ৰসৰ কৰা এবিধ টেঙ্গাপানি, চিকা, acidity of the stomach; vinegar.