পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

টন B টিপ মৰা, s. নিদ্ৰ৷ জোআ, অলপ টোপনি অহা, চকু জাঁপোআ, the act of closing the eyes as in sleep or of wink g significantly. টিপা, s. সৰু টেকেলি, হাতৰ চেপা, a small earthern vessel, a squeeze &c. টিপাই থকা, দিম ব৷ কবিম বুলি পলমকৈ থকাভুভুআই থক, the putting off with mere promises. টিপি, e. আঙুলি পুতি, টিপা মাবি, to press with the toes or finger, to squeeze, to pinch. করত টিপিঙ্গ টেপাঙ্গ, ad, অলপ অচৰপ, at small cost, lightly. টিপিটাপি, , হাতেৰে হেচি পুটকি, to press or squeeze together. টিমক, . বুধিয়ক, টেঙ্গ, কথা জনা, quick of understanding, intelligent. টিটিলনি, . বৰখুন এটোপা এটোপাকৈ পৰ, faling in scattering drops. টিলটিলাই, . টোপাটোপে বৰখুন পবি, to fall in scattering arops. টিলা, . মহ পোআলি বন্ধ খুঁটি, সক, টিলিকাa post to which bufalo calves are bound ; a. very small, dwarfed. টিলাটিপা, a. স সুৰ্য, টিলৌ টপৌ, emal , (used collectively.) টিলিকা, a. চুটি চাপৰ, বাহিব নোঅৰাসৰু, short, small, dwarfed. টিলিকি, ৫. লিৰ বাদ্য, the Snapping of the fingers; with মাৰি, to snap the fingers. টিলিঙ্গ, s. সৰু ভাল বা টিলিঙ্গাৰ সন্ধ, a tinkling sound. টিলিঙ্গা, s. সক ঘন্টাa small bell . টিলিটিপ1, a. নিচেই সৰু, very small. টিলৌটিপৌ, টুটলি, A. হেঁতোৰাৰ তল ভাগ, টোটোলা, the pendant skin of the neck. টুকৰিয়া, লতা৷ এবিধ, টোকাৰি বোআ মানুহ, a opecies of vine; a performer on the native guitar টকি, ৫. পানি নথকাকৈ মচি, এপাত এপাতকৈ চিঙ্গি, to wripe dry, to pick of leaf by leaf. টুকুৰই কুব, ad. লাহে লাহে জোআ বা কট, slowly, gently; (applied to going or cutting.) খুতৰা, ডোখৰ, a piece. টুৰাটুকুৰ, ad. খুতুৰাৰ্থৰডোখৰ ডোখৰ, in several small pieces. টট, s. । কম, তাক, নন, deficiency. টটনি, টুটকিয়াs. লগনিয়াৰ, কপটিয়াকথা লগাই ফুৰ, a whisperer, a back. biter, a slanderer, a mischief maker. টুনটুনিয়া, a. পুৰ হোআ ওখ হোআ, full, pufiedl out, applied to the belly. CA |